Nojoto: Largest Storytelling Platform
sanjitdas5231
  • 63Stories
  • 124Followers
  • 272Love
    13.1KViews

sanjit das

  • Popular
  • Latest
  • Video
cfb98f29376df1800f537ddc24da27c6

sanjit das

প্ৰিয়া তুমি মোৰ বাবে    """"""""""""""""""""""""""""""
 প্ৰিয়া তুমি মোৰ বাবে
 প্ৰেৰণাৰ উৎস
তুমি মোৰ বাবে
 এমুঠি জোনাক 
প্ৰিয়া তুমি মোৰ বাবে
 এপাহী শেবালি 
আৰু 
হৃদয়ত উৰি ফুৰা
 কেইটামান জোনাকী পৰুবা ।

✍ সঞ্জীত দাস

2 Love

cfb98f29376df1800f537ddc24da27c6

sanjit das

প্ৰিয়া তুমিয়েই মোৰ প্ৰিয়তমা 
""""""""""""""""""""''''"""""""'"
প্ৰিয়া তুমিতো জানাই 
মোৰ বাবে উৎসব কি 
মোৰ বাবে উৎসব মাথো তোমাৰ হাঁহি.....
প্ৰিয়া আজিও 
হৃদয়খনে বিচাৰে মাথো 
তোমাৰ হাঁহিৰ চিকমিকনী অকন ..॥

সেউজীয়া বৰষুন আহিব এতিয়া 
প্ৰিয়া তুমি আহা না 
মোৰ কাষলৈ 
দু্য়ো লগ হৈ.....
দুখৰ পথাৰখনত 
সুখৰ বীজ চতিয়াওঁ..॥
 প্ৰিয়া তুমি নাযাবা আতৰি 
তুমিয়েই তো মোৰ
 কল্পনা সেই প্ৰিয়াতমা ॥

✍ সঞ্জীত দাস

5 Love

cfb98f29376df1800f537ddc24da27c6

sanjit das

প্ৰিয়া তুমিয়েই মোৰ প্ৰিয়তমা 
""""""""""""""""""""''''"""""""'"
প্ৰিয়া তুমিতো জানাই 
মোৰ বাবে উৎসব কি 
মোৰ বাবে উৎসব মাথো তোমাৰ হাঁহি.....
প্ৰিয়া আজিও 
হৃদয়খনে বিচাৰে মাথো 
তোমাৰ হাঁহিৰ চিকমিকনী অকন ..॥

সেউজীয়া বৰষুন আহিব এতিয়া 
প্ৰিয়া তুমি আহা না 
মোৰ কাষলৈ 
দু্য়ো লগ হৈ.....
দুখৰ পথাৰখনত 
সুখৰ বীজ চতিয়াওঁ..॥
 প্ৰিয়া তুমি নাযাবা আতৰি 
তুমিয়েই তো মোৰ
 কল্পনা সেই প্ৰিয়াতমা ॥

✍ সঞ্জীত দাস া

3 Love

cfb98f29376df1800f537ddc24da27c6

sanjit das

 Assamese

Assamese #nojotophoto

3 Love

cfb98f29376df1800f537ddc24da27c6

sanjit das

প্ৰিয়া তুমি হলা মোৰ এটি জোনাকী পৰুবা 
""""""""""""""""""""""""""!
প্ৰিয়া তুমি হলা মোৰ 
 হৃদয় জিলিকি ফুৰা 
এটি জোনাকী পৰুবা 

মই তোমাক খুব ভালপাব বিচাৰো আৰু তাৰ বিনিময়ত মোক তোমাৰ পৰা একোকেই নালাগে প্ৰিয়া ।
মাথো বিচাৰো তোমাৰ
 হৃদয়খনত ক্ষুদ্র এটি স্থান
 য'ত মই থাকি 
গোটেই জীৱন 
তোমাক ভালপাই যাব পাৰো।
ৰাতিৰ আকাশত জোনাকী পৰুৱাৰ দৰে
তুমি হলা মোৰ হৃদয় জোনাকী পৰুবা 
জীবনৰ অন্তিম ক্ষয়নতোলৈ 
থাকিবা প্ৰিয়া 
তুমি মোৰ হৃদয়ত 
এটি জোনাকী পৰুবা হৈ...।

✍ সঞ্জীত দাস । Assamese poem

Assamese poem

3 Love

cfb98f29376df1800f537ddc24da27c6

sanjit das

প্ৰিয়া তুমি হলা মোৰ এটি জোনাকী পৰুবা 
""""""""""""""""""""""""""!
প্ৰিয়া তুমি হলা মোৰ 
 হৃদয় জিলিকি ফুৰা 
এটি জোনাকী পৰুবা 

মই তোমাক খুব ভালপাব বিচাৰো আৰু তাৰ বিনিময়ত মোক তোমাৰ পৰা একোকেই নালাগে প্ৰিয়া ।
মাথো বিচাৰো তোমাৰ
 হৃদয়খনত ক্ষুদ্র এটি স্থান
 য'ত মই থাকি 
গোটেই জীৱন 
তোমাক ভালপাই যাব পাৰো।
ৰাতিৰ আকাশত জোনাকী পৰুৱাৰ দৰে
তুমি হলা মোৰ হৃদয় জোনাকী পৰুবা 
জীবনৰ অন্তিম ক্ষয়নতোলৈ 
থাকিবা প্ৰিয়া 
তুমি মোৰ হৃদয়ত 
এটি জোনাকী পৰুবা হৈ...।

✍ সঞ্জীত দাস । Assamese poem

Assamese poem

5 Love

cfb98f29376df1800f537ddc24da27c6

sanjit das

এনেকৈ নাচাবা প্ৰিয়া তুমি
"""""""""""'"'""""""'"""""""""
 এনেকৈ নাচাবা প্ৰিয়া তুমি 
মোৰ ফালে একেথৰে ৰ লাগি
তোমাৰ সেই চাওঁনিতে 
মোৰ বুকত আহিব
 এজাক ভালপোৱাৰ বাৰষুন 
সেই বৰষুনত 
তিতি পৰিম মই .....।
তুমি প্ৰিয়া এনেকৈ নাচ‍াবা না .... 
তুমি এনেকৈ চালে মোৰ বুকুত বাজি উঠে 
এখন বিনা ...
সেই বিনাৰ সুৰে সুৰে উৰে মাথো 
ভালপোৱাৰ এখিলা সৰাপাত 
আৰু সেই সৰাপাততে 
থাকে তোমাৰ চাওঁনিৰ 
হেজাৰ প্ৰশ্ন...???

✍ সঞ্জীত দাস h

h

2 Love

cfb98f29376df1800f537ddc24da27c6

sanjit das

মই নাথাকিলে 
"""""""""""""""""""""
মই নাথাকিলে 
যদি তোমাৰ জীৱনলৈ
 জোনাক আহে  প্ৰিয়া ...।
যদি ওঠৰ ভাষাবোৰে গান হৈ নিগৰে 
 ন-সপোনে আহি যদি ওমলে
 হিয়াৰ গোলাপপাহিত
 গুচি যাম মই !!!
পৃথিবীৰ শেষ সিমালৈ
 
যন্ত্ৰনাৰ কোলাহলেৰে ভৰা
 এখন জীৰ্ণ ৰেলত উঠি  দুহাতৰ মুঠিত লৈ তোমাৰ

 স্মৃতিৰ পাপৰি ॥
প্ৰিয়া তুমি মোক আৰু হয়তো 
কেতিয়াও লগ নোপোৱা ॥ 

যদি কেতিয়াবা মনত পৰে
তোমাৰ মৌলৈকে
তোমালোকৰ এৰাবাৰীত থকা
অনুভবৰ পুখুৰীতো তুমি বুৰ মাৰি চাবা....
তেতিয়া তুমি মোক দেখা পাবা ..॥

 ✍ সঞ্জীত দাস w3

w3

2 Love

cfb98f29376df1800f537ddc24da27c6

sanjit das

হৃদয়ৰ হাঁহিত তুমি প্ৰিয়া
"""""""""""""""""""""'
মনৰ পজাটো ভাগি 
চৰাই হৈ  উৰি নাযবা প্ৰিয়া…. তুমি 
নীল গগনৰ সীমনালৈ, 
সপোনৰ পজাতি সাজি দিয়া 
তুমি মোৰ হৃদয়ত ॥
 আশাঁৰ ৰেঙণি আঁকি দিয়া 
 ৰামধেণুৰ সাতৰঙীণ এখনি ধুনিয়া ছবি ছাব পৰ‍াকৈ 
তুমি মোৰ দুচকুত ।
প্ৰিয়া তুমি দুচকুত কাজল আকিলে 
মোৰ বুকুত উঠে প্ৰেমৰ হেজাৰ ঢৌ ।
সেই ঢৌৱে সৃষ্টি কৰে 
জীবন সগৰত অলেখ জোৱাৰ ।
প্ৰিয়া তোমাৰ চকুযুৰিলৈ চালে 
হেজাৰ কবিতাৰে মোৰ দস্তাবেজ ভৰি পৰে ...॥
অপেক্ষাৰ ওৰণি গুচাই যেতিয়া 
তোমাক বুকুত সাবতি লম 
তেতিয়া তুমি 
মোৰ হৃদয়ত হাহি এটি দিবা নে প্ৰিয়া ... ॥

✍ সঞ্জীত দাস priyw

priyw

2 Love

cfb98f29376df1800f537ddc24da27c6

sanjit das

অনুভব 
"""""""''"""""""
মনালিচা তুমি মোক
 ভাল পোৱানে নোপোৱা 
সেয়া মোৰ বিষয় নহয়, 
তোমাক মই ভালপাওঁ সেয়াই মোৰ আনন্দ ।

✍ সঞ্জীত দাস Assamese poem

Assamese poem

2 Love

loader
Home
Explore
Events
Notification
Profile