Nojoto: Largest Storytelling Platform
nojotouser3239480779
  • 15Stories
  • 48Followers
  • 97Love
    36.6KViews

অচিনাকী

  • Popular
  • Latest
  • Video
d0f0422ad50c82897507a339dbe8858d

অচিনাকী

d0f0422ad50c82897507a339dbe8858d

অচিনাকী

https://youtu.be/dOo0113rYos
search the link

https://youtu.be/dOo0113rYos search the link

d0f0422ad50c82897507a339dbe8858d

অচিনাকী

প্ৰেম

প্ৰেম

d0f0422ad50c82897507a339dbe8858d

অচিনাকী

মোৰ কবিতাৰ  নায়িকাজনী

 কথা আৰু আবৃত্তি :
অনল অংকুশ বৰা

d0f0422ad50c82897507a339dbe8858d

অচিনাকী

Dear Miss  Nilanjona Kashyap, 
তোমাক চিৰদিনৰ বাবে নিজৰ কৰিব বিচাৰো  |
তোমাৰ হাঁহিবোৰক সাৰথি কৰি জীৱনটো কটাব বিচাৰো |
তোমাৰ হাতত হাত থৈ জীৱনৰ উচ্চতম শিখৰ চুব বিচৰো |
তোমাৰ চকুত চকু থৈ ক'ব বিচাৰো, 
এবাৰ মাথো ভাল পাওঁ বুলি কৈ চোৱা, 
ৰাণীৰ দৰে ৰাখিব নোৱাৰিলেও 
মৰমৰ ডোলেৰে বান্ধি ৰাখিব পাৰিম আজীৱন  |
অথচ, 
ভয় লাগে |
কিজানিবা চিৰদিনৰ বাবে নিজৰ কৰাৰ হেঁপাহত 
তোমাক চিৰদিনৰ বাবে হেৰুওৱাই পেলাওঁ!

d0f0422ad50c82897507a339dbe8858d

অচিনাকী

গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ মিচ.  নীলাঞ্জনা কাশ্যপ
*****************************

গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ মিচ.  নীলাঞ্জনা কাশ্যপ |
তুমিটো নাজানা! 
তোমাৰ বাবে মতলীয়া হৈ পৰে
 ফাগুনৰ বতাহজাক, 
তোমাৰ বাবে মতলীয়া হৈ পৰে, 
কলেজ তিনিআলিত আড্ডা দিয়া ডেকাজাক!
তুমি যেতিয়া বগাফুটীয়া নীলা চূৰ্ণা উৰুৱাই কলেজলৈ আহা, 
সিহঁতজাকৰ মাজৰ কোনোবাই হয়তু কৈ উঠে,
সেয়া চা,
গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ মিচ.  নীলাঞ্জনা কাশ্যপ |

তোমাৰ প্ৰৱেশৰ লগে লগেই যেন সাৰ পাই উঠে
গোলাঘাট জাতীয় মহাবিদ্যালয়ে ,
সাৰ পাই উঠে সৰাপাতে,
নাচি উঠে কলেজ চৌহদৰ সাঁচিজোপাই, 
আৰু 
যেন প্ৰাণ পাই উঠে মোৰ নিলাজ চকুযোৰে |
তোমাৰ জুৰীয়া চেলাউৰিযোৰে মোক বৰকৈ আমনি কৰে
মিচ.  নীলাঞ্জনা কাশ্যপ |
মন যায়,
সাগৰিকা বৰদলৈৰ প্ৰেমিকজনৰ দৰেই
" তোমাৰ অভিমানৰ পুখুৰী সিঁচি ডৰিকণা বুটলিবলৈ |"

নীলাঞ্জনা,
কলেজৰ কৰিডৰেদি্ বৰকৈ অহা যোৱা নকৰিবা |
মেডামে শিকাই থকা এৰিষ্ট'টল,  প্লেটোৰ থিয়ৰিবোৰ 
বুমেৰাং হৈ পৰে |
মন আৰু মগজুৱে মাথো এটাই থিয়ৰি পঢ়ে, 
" মিচ.  নীলাঞ্জনা কাশ্যপ "

মই জানো নীলাঞ্জনা,
তোমাৰ অসংখ্য প্ৰত্যাশীৰ ভিৰত 
মই মাথো এটি নাম |
অথচ তোমাৰ ভাৱনাই মোৰ কলমত দি যায় 
ৰক্তৰ  চিয়াঁহী |

মিচ.  নীলাঞ্জনা কাশ্যপ ,
কিমান দিন আৰু সপোন হৈ থাকিবা?
এবাৰ আপোন হৈয়ো চাব পাৰা |
@@@@@@@@@

d0f0422ad50c82897507a339dbe8858d

অচিনাকী

গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ মিচ.  নীলাঞ্জনা কাশ্যপ
*****************************

গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ মিচ.  নীলাঞ্জনা কাশ্যপ |
তুমিটো নাজানা! 
তোমাৰ বাবে মতলীয়া হৈ পৰে
 ফাগুনৰ বতাহজাক, 
তোমাৰ বাবে মতলীয়া হৈ পৰে, 
কলেজ তিনিআলিত আড্ডা দিয়া ডেকাজাক!
তুমি যেতিয়া বগাফুটীয়া নীলা চূৰ্ণা উৰুৱাই কলেজলৈ আহা, 
সিহঁতজাকৰ মাজৰ কোনোবাই হয়তু কৈ উঠে,
সেয়া চা,
গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ মিচ.  নীলাঞ্জনা কাশ্যপ |

তোমাৰ প্ৰৱেশৰ লগে লগেই যেন সাৰ পাই উঠে
গোলাঘাট জাতীয় মহাবিদ্যালয়ে ,
সাৰ পাই উঠে সৰাপাতে,
নাচি উঠে কলেজ চৌহদৰ সাঁচিজোপাই, 
আৰু 
যেন প্ৰাণ পাই উঠে মোৰ নিলাজ চকুযোৰে |
তোমাৰ জুৰীয়া চেলাউৰিযোৰে মোক বৰকৈ আমনি কৰে
মিচ.  নীলাঞ্জনা কাশ্যপ |
মন যায়,
সাগৰিকা বৰদলৈৰ প্ৰেমিকজনৰ দৰেই
" তোমাৰ অভিমানৰ পুখুৰী সিঁচি ডৰিকণা বুটলিবলৈ |"

নীলাঞ্জনা,
কলেজৰ কৰিডৰেদি্ বৰকৈ অহা যোৱা নকৰিবা |
মেডামে শিকাই থকা এৰিষ্ট'টল,  প্লেটোৰ থিয়ৰিবোৰ 
বুমেৰাং হৈ পৰে |
মন আৰু মগজুৱে মাথো এটাই থিয়ৰি পঢ়ে, 
" মিচ.  নীলাঞ্জনা কাশ্যপ "

মই জানো নীলাঞ্জনা,
তোমাৰ অসংখ্য প্ৰত্যাশীৰ ভিৰত 
মই মাথো এটি নাম |
অথচ তোমাৰ ভাৱনাই মোৰ কলমত দি যায় 
ৰক্তৰ  চিয়াঁহী |

মিচ.  নীলাঞ্জনা কাশ্যপ ,
কিমান দিন আৰু সপোন হৈ থাকিবা?
এবাৰ আপোন হৈয়ো চাব পাৰা |
@@@@@@@@@

d0f0422ad50c82897507a339dbe8858d

অচিনাকী

গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ মিচ.  নীলাঞ্জনা কাশ্যপ
*****************************

গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ মিচ.  নীলাঞ্জনা কাশ্যপ |
তুমিটো নাজানা! 
তোমাৰ বাবে মতলীয়া হৈ পৰে
 ফাগুনৰ বতাহজাক, 
তোমাৰ বাবে মতলীয়া হৈ পৰে, 
কলেজ তিনিআলিত আড্ডা দিয়া ডেকাজাক!
তুমি যেতিয়া বগাফুটীয়া নীলা চূৰ্ণা উৰুৱাই কলেজলৈ আহা, 
সিহঁতজাকৰ মাজৰ কোনোবাই হয়তু কৈ উঠে,
সেয়া চা,
গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ মিচ.  নীলাঞ্জনা কাশ্যপ |

তোমাৰ প্ৰৱেশৰ লগে লগেই যেন সাৰ পাই উঠে
গোলাঘাট জাতীয় মহাবিদ্যালয়ে ,
সাৰ পাই উঠে সৰাপাতে,
নাচি উঠে কলেজ চৌহদৰ সাঁচিজোপাই, 
আৰু 
যেন প্ৰাণ পাই উঠে মোৰ নিলাজ চকুযোৰে |
তোমাৰ জুৰীয়া চেলাউৰিযোৰে মোক বৰকৈ আমনি কৰে
মিচ.  নীলাঞ্জনা কাশ্যপ |
মন যায়,
সাগৰিকা বৰদলৈৰ প্ৰেমিকজনৰ দৰেই
" তোমাৰ অভিমানৰ পুখুৰী সিঁচি ডৰিকণা বুটলিবলৈ |"

নীলাঞ্জনা,
কলেজৰ কৰিডৰেদি্ বৰকৈ অহা যোৱা নকৰিবা |
মেডামে শিকাই থকা এৰিষ্ট'টল,  প্লেটোৰ থিয়ৰিবোৰ 
বুমেৰাং হৈ পৰে |
মন আৰু মগজুৱে মাথো এটাই থিয়ৰি পঢ়ে, 
" মিচ.  নীলাঞ্জনা কাশ্যপ "

মই জানো নীলাঞ্জনা,
তোমাৰ অসংখ্য প্ৰত্যাশীৰ ভিৰত 
মই মাথো এটি নাম |
অথচ তোমাৰ ভাৱনাই মোৰ কলমত দি যায় 
ৰক্তৰ  চিয়াঁহী |

মিচ.  নীলাঞ্জনা কাশ্যপ ,
কিমান দিন আৰু সপোন হৈ থাকিবা?
এবাৰ আপোন হৈয়ো চাব পাৰা |
@@@@@@@@@

d0f0422ad50c82897507a339dbe8858d

অচিনাকী

আই,
 সিহঁতে মোক বিদেশ সঁজালে |
ত্ৰিশটা বসন্ত আই তোৰ সেৱাত গতালোঁ
কাৰ্গিলৰ যুদ্ধত আই তোৰ বাবে 
বন্দুকৰ গুলী দেহ পাতি ললো |
আজি তাৰ সন্মান পালো আই, 
আজি তাৰ পুৰস্কাৰ পালো !
সিহঁতে মোক বিদেশী সঁজালে !

d0f0422ad50c82897507a339dbe8858d

অচিনাকী

তোমাৰ হৃদয়ৰ পদূলিমুখৰ পৰা এই যেন মই উভতি আহিলো,
ব্যৰ্থ , হতাশ আৰু পৰাজিত হৈ |
ভাল পাব বিচাৰিছিলো তোমাক,
হেৰুৱাব খুজা নাছিলো তোমাক love

love

loader
Home
Explore
Events
Notification
Profile