Nojoto: Largest Storytelling Platform
lizahazarika7110
  • 1Stories
  • 10Followers
  • 5Love
    0Views

Liza Hazarika

  • Popular
  • Latest
  • Video
d54cd99f94a04877cb82d9801a91be21

Liza Hazarika

ধুনু সঁচাকৈ য়ে তুমি😌
অতি কম দিনৰ ভিতৰতে
মোৰ আপোন হৈ গলা ঔ😍
তোমাৰ মৰমসনা মিঠা হাহিঁটোৱে😊
মোক পাগল কৰি দিলে।
কব নোৱাৰাকৈ য়ে 
প্ৰেমত❤ পৰি গলো তোমাৰ!

তোমাৰ খং অভিমান☹️ বোৰ অলপ বেছি
কিন্তু এই খং,অভিমান বোৰৰ মাজতে লুকাই থাকে
মোৰ প্ৰতি থকা তোমাৰ ভালপোৱা বোৰ😘
যেনেদৰে ফুলৰ 🌹সুগন্ধে 
দেহ মন সাত কৰি পেলাই🤗
ঠিক তেনেদৰেই ,তোমাক দেখাৰ লগে লগেই
মোৰ মন ব্যাকুল হয় পৰে😚
এনে লাগে যে,তোমাৰ চকুত চকু থৈ 
বহু সময় একেথিৰে...ৰ লাগি চাই থাকিম।😌

সৌ সিদিনাখন লগ পাইছিলো তোমাক
কলেজৰ বাৰান্দা খনৰে এচুকত ৰৈ আছিলা তুমি
যেতিয়া চকুত চকু পৰিছিল👁
দেহ মন একেবাৰে উঠলি উঠিছিল।
একো নুবুজাকৈ,একো নজনাকৈ
এক অবুজ বেদনাই 👄
কিয় জানো মোৰ...বুকু খন 
একেবাৰে কপাঁই তুলিছিল।😌😌
ওচৰ চাপি গৈছিলো তোমাৰ
কিন্তু মুখৰ মাত...এজনৰো নাছিল
হয়তো হৃদয়ে হৃদয়ক চিনি পাইছিল (ধুনু)💖
তোমাক দেখাৰ লগেই লগে মোৰ
তোমাৰ সেই ধুনীয়া আৰু মৰমলগা মুখ খনলৈ চাই থাকিবলৈ মন গেছিল!😍😍
"তুমি কিয় মোলৈ এনেকৈ চায় আছা?"🤭
-এইবুলি যেতিয়ালৈকে নোকোৱা ন...
মোৰ মাথো তোমাকে চাই থাকিবলৈ মন যায়।(ধুনু)😘😘
আৰু জীৱনৰ সমস্ত ভালপোৱা বোৰ 
তোমাৰ হৃদয়ত ঢালি দি💘💘
জীৱনটো উপভোগ কৰিব বিচাৰো।❣ #####my sometimes######

####my sometimes######


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile