Nojoto: Largest Storytelling Platform
supriyadihingia6649
  • 26Stories
  • 75Followers
  • 185Love
    0Views

MONOR ছবি

Never mind if it the results are good or bad, if you give your best, you would realize that you did the right thing. . . . Welcome to My Page Thank You !

  • Popular
  • Latest
  • Video
d66698c7521e8404c10c4192cf76db0f

MONOR ছবি

বহুত চালি-জাৰি চালে মোক !

কিন্তু বুজি হে নাপালে । #life
d66698c7521e8404c10c4192cf76db0f

MONOR ছবি

ৰাতিপুৱা চকু মেলিয়ে যদি তোমাৰ হাতৰ একাপ চাহ খাবলৈ পালো হয় ! 
গোটেই দিনটোৰ বাবে তোমাৰ নামৰ মৰমৰ টোপোলাতো বুকুত সুমুৱাই ল'লোহেতেঁন
আৰু কলিজাতো ও শান্তি পালেহেতেঁন । #Perfect_day #nojoto
d66698c7521e8404c10c4192cf76db0f

MONOR ছবি

मैं तो उस चांद को जानती भी नहीं जिस चांद से मुझे प्यार है लेकिन इतना मालूम है कि वो चांद  मेरा सब कुछ है । #nojoto

nojoto

d66698c7521e8404c10c4192cf76db0f

MONOR ছবি

তুমি মোৰ ভাগ্যত নাথাকিব পাৰা
কিন্তু মোৰ হৃদয়ত আজীৱন থাকি যাবা । #Love #nojoto

#Love nojoto

d66698c7521e8404c10c4192cf76db0f

MONOR ছবি

তুমি নিজেই নাজানিবা
কিমান মৰমলগা তুমি !
কেঁকুৰা চুলিৰ লগত তোমাৰ মৰম লগা মুখ,
শেৱালী ফুলৰ দৰে উজ্বল তোমাৰ বগা গাল দুখন ... 
গোলাপ পাহিৰ দৰে দুটা ওঁঠ,
নিয়ৰে শুই থকা পাতৰ দৰে 
তোমাৰ গোটা গোটা চকু,
আৰু ...আৰু
সেই চকুজুৰিয়ে মোৰ ফালে চালে... আহ ! সেই ক্ষণ ! 
বুকুত লাগি থকা কলিজাটো ইমান জোৰ জোৰকৈ ধ্প ধ্পাই উঠে যে মই তাক কৈ কৈ ভাগৰি যাওঁ ইমান জোৰকৈ ধ্প ধ্পাই নাথাকিবি অ' কষ্ট পাঁও।কিন্তু সি ৰখাৰ নামেই নলয় ...
কিয় জানা ???
ভয় কৰে , ভয় কৰে সি কোনোবা অজান বাধাই আহি যদি মোৰ পৰা তোমাক কাঢ়ি নিয়ে ! তেতিয়া,কি হ'ব ?কাৰণ,
তুমি জীৱন মোৰ,জীৱনতকৈও ওপৰত তুমি।
আৰু, আমাৰ মাজৰ দূৰত্ব যিমানেই নাথাকক
তুমি যোৱাকালি যেনেকৈ মোৰে আছিলা ,অহাকালিও মোৰেই হ'ব লাগিব। 
হ'বানে জান ? #nojoto #lovepoems #lovequotes #goodmorning #like #support #assamese #assamesewriter #assam
d66698c7521e8404c10c4192cf76db0f

MONOR ছবি

2020  তোমাৰ ভাৱনাতে শেষ হ'ল 2০১৯ বৰ্ষ
তোমাৰ আকাংক্ষাতে আৰম্ভ হ'ল নতুন বৰ্ষ। #HappyNewYear2020 #nojoto
d66698c7521e8404c10c4192cf76db0f

MONOR ছবি

এই যে তুমি মোক কথাই প্ৰতি 
"অই পাগলী" 
"অই পাগলী" বুলি মাতি থাকা..তুমি এৰি গ'লে কিন্তু সঁচাকৈ পাগলী হৈ যাম। আৰু সুধি থাকা নহয় "মই এৰি গ'লে তোমাৰ কি হ'ব নো ?" তেতিয়া মোৰ মনৰ পৃথিৱী খন ভাঙি চূৰমাৰ হৈ যাব। আশা সপোন বোৰ উৰা মাৰিব অচিন বাটৰ ফালে..! কলিজাটো ঠাণ্ডা পৰি পাথৰ হৈ ৰৱ। দুচকুৱে ধাৰাষাৰ কলা বৰষুণ পেলাব.. নিমাত হৈ ৰম মইজনী ! তুমি এৰি গ'লে এৰি যোৱা বেদনাই জীয়াই জীয়াই দকচি পেলাব মোক । নিৰুপায় নিৰাশ নিথৰুৱা হৈ পৰি থাকিম মই ক'ৰবাত ৰাস্তা-পথে। সোণ, মাতিবা নে তেতিয়া মোক "অই পাগলী" বুলি ? #nojoto #morningquotes #like #share #comment #assamese #lovequotes #hearttouch #dailyquotes ,#nojoto
d66698c7521e8404c10c4192cf76db0f

MONOR ছবি

Broken heart 
Dear Sadness,


মোক ইমান তুমি কিনো ভালপোৱা যে মোক এৰি যাবই নোখোজা। মই কিন্তু তোমাক অলপো দেখিব নোৱাৰো । আৰু Happiness ৰ লগত তোমাৰ কি ইমান দুচমনি হে তাক যে মোৰ কাষত আহিবই নিদিয়া। #nojoto #sadness

nojoto #sadness

d66698c7521e8404c10c4192cf76db0f

MONOR ছবি

My Dear Phone  
দিনটোৰ আৰম্ভণি একাপ চাহৰ সলনি
তোৰ পৰাই হয়। শুই উঠিয়ে তোক বিচাৰো।তোক দেখি চকু খুলো,তোক দেখিয়ে চকু মুদু । কোনো নাথাকিলেও তই কিন্তু সদায় মোৰ লগত থাক।‌ মোৰ সুখ দুখ সকলো খবৰ ৰাখ।তোৰ অকণমানি বুকুৰ পৃষ্ঠা বোৰত মইজনী সোমাই আছো ! মোৰ হাঁহি-কান্দোন,খং-ৰাগ,ভাৱনা ইমান যে ডাঙৰ টোপোলাটো কান্ধত লৈ আছ তই। সেইবাবেইটো কওঁ তই মানে মই, মই মানে তই। পিছে মই বিতচকুযোৰ লগোৱা ৰহস্য ও তইয়ে হয়। বহুত মৰমৰ তই। তোক কেতিয়াও মোৰ পৰা দূৰত নকৰো।  i love you my dear phone #mydearphone my dear phone #like #share #nojoto #nojotoquotes

#Mydearphone my dear phone #Like #share nojoto s #nojotoquotes

d66698c7521e8404c10c4192cf76db0f

MONOR ছবি

মই বিচাৰো মোৰ প্ৰতিটো পুৱা তোমাৰ সৈতে এটি মিঠা হাঁহিৰে জিলিকি উঠে। কাৰণ তোমাৰ অবিহনে মোৰ কোনো এটা পুৱা সম্পূৰ্ণ নহয়। #Assamese #quote #goodmorning #love #nojoto #life
loader
Home
Explore
Events
Notification
Profile