Nojoto: Largest Storytelling Platform
pampa7100351933318
  • 11Stories
  • 129Followers
  • 71Love
    0Views

pampa

Student

  • Popular
  • Latest
  • Video
d8aa757ccf28c0aa03fed90c88b17b4a

pampa

পম্পা অধিকাৰী
সংগীবিহিন
 
মনত আছে বহু কথা
শুনিবলৈ কোনো নাই ।
বুকুত আছে দুখৰ বোজা 
দেখুৱাবলৈ কোনো নাই ।
আপোন হবলৈ বহুত আছে 
কিন্তু কাষত কোনো নাই ।
মৰম আছে বুকু ভৰি 
দিবলৈ কোনো নাই ।
হেঁপাহ আছে জীৱন যুৰি 
বিছাৰি কাকো পোৱা নাই ।
মনৰ বেজাৰত পৰি আছো ।
সেই দিনবোৰৰ বাট চাই 
জীৱন পথলৈ আগুৱাই যোৱাত 
সঁহাৰি দিবলৈ কোনো নাই 
 অকল সেয়া মোৰ দুখেই নহয়, 
অকল অনুভূতিয়ে নহয়,
 জীৱন বাটত উজুটি খাই খাই 
হেঁপাহ পলুৱাই মনৰ আবেগত 
সঁচাকৈ মৰম বিচাৰি ফুৰি 
 এই নিষ্ঠুৰ পৃথিৱীৰ
ওচৰত ভাগৰি পৰি ছোঁ l

©pampa #ShiningInDark
d8aa757ccf28c0aa03fed90c88b17b4a

pampa

d8aa757ccf28c0aa03fed90c88b17b4a

pampa

পম্পা (প্রিয়া) অধিকাৰী   
 
   দুখ
 """""""""""""

  দুখ তই ইমান বেইমান 
  তই ইমান নিলাজ;
 মই জানো তুমি সুখৰ সৈতে কেনেদৰে সমকাক্ষী হোৱা।
সুখৰ সন্ধান বিচাৰি 
ইমান আপোচ বিহীন প্ৰতিবাদ 
অথচ মোক আৱৰি ধৰা|
বহুতৰে মাজত দুৱাৰে দুৱাৰে মই ৰৈ আছো
আধুৰুৱা ভালপোৱাৰ ডায়েৰী লৈ।
 আঁকোৰ গজালি ধুমুহা হৈ নামি অহা কোনোবা ৰাজকুমাৰৰ ৰাজমুকুট বিছাৰি,
অতিতৰ ৰৈ যোৱা ৰঙীন ছবি
জীৱনৰ সেই পথত 
নিষ্ঠুৰ আবেগৰে ৰৈ থাকিম।
নাইবা,হঠাৎ এদিন মচি পেলাম  
তোমাৰ হৃদয়'ৰ চিনাকি পথ,
কিন্তু জিলিকি সদায় থাকিব,
তোমাৰ সুখৰ ছবি আঁকি থোৱা 
 মোৰ হৃদয়ৰ  মাজত | মনৰ মাজত হোৱা তীব্ৰ প্ৰতিক্ৰিয়া

মনৰ মাজত হোৱা তীব্ৰ প্ৰতিক্ৰিয়া

d8aa757ccf28c0aa03fed90c88b17b4a

pampa

পম্পা (প্রিয়া) অধিকাৰী
        তোমাৰ নাম 

  ৰাখিম বা ক'ত মই
              তোমাৰ নাম |
  নামটো শুনিয়েই মই 
       কৰিছোঁ তোমাক আপোন
ৰাখিছো মই এতিয়া 
     তোমাৰ নাম (মুনু) 
ক'ত বা বিছাৰিম ঠাই 
    কিয় জানু তোমাক 
নিজৰ আপোনজন কৰি ললোঁ 
     ভাবি বিচাৰি পালো
এতিয়া হে মই 
     নাপালো মই ৰাখিবলৈ ঠাই 
তোমাৰ নাম (মুনু) |
     অন্তৰৰ ভিতৰত দিলো
অতি সজতনে ৰখা মোৰ
    মৰম ভালপোৱা 
নাজাবা মোক পাহৰি
   মই নিজক পাহৰি
অতি মৰমেৰে ৰাখিছো 
   তোমাৰ নাম (মুনু)  💔💔

d8aa757ccf28c0aa03fed90c88b17b4a

pampa

পম্পা (প্রিয়া) অধিকাৰী
        তোমাৰ নাম 

  ৰাখিম বা ক'ত মই
              তোমাৰ নাম |
  নামটো শুনিয়েই মই 
       কৰিছোঁ তোমাক আপোন
ৰাখিছো মই এতিয়া 
     তোমাৰ নাম (মুনু) 
ক'ত বা বিছাৰিম ঠাই 
    কিয় জানু তোমাক 
নিজৰ আপোনজন কৰি ললোঁ 
     ভাবি বিচাৰি পালো
এতিয়া হে মই 
     নাপালো মই ৰাখিবলৈ ঠাই 
তোমাৰ নাম (মুনু) |
     অন্তৰৰ ভিতৰত দিলো
অতি সজতনে ৰখা মোৰ
    মৰম ভালপোৱা 
নাজাবা মোক পাহৰি
   মই নিজক পাহৰি
অতি মৰমেৰে ৰাখিছো 
   তোমাৰ নাম (মুনু)  💔💔

d8aa757ccf28c0aa03fed90c88b17b4a

pampa

পম্পা (প্রিয়া) অধিকাৰী
 
মৰম
""""""
মৰম চেনেহ
কিমান যে হেপাহ
তোমাক কাষত পাবলৈ
 জীৱন মৰণৰ পৰা
 কাষত বিচাৰোঁ 
 তোমাৰ নিমজ বুকুৰ ঠিকনা
 জোনবাইৰ সন্ধান বিচাৰি
 আঁকিছো তোমাৰ দুচুকত
হেপাহৰ সাতৰঙী ৰামধেনু
মৰমে বিচাৰে
 মৰমৰ ঠিকনা
মই বিচাৰোঁ তোমাৰ
  হৃদয়ৰ ঠিকনা।

d8aa757ccf28c0aa03fed90c88b17b4a

pampa

পম্পা (প্রিয়া) অধিকাৰী   
 
         দিঠক
"""""""""""""""""""""""
দিঠক মানেনো কি? 
   মই নাজানো, 
জীৱন বাটৰ নিষ্ঠুৰ পথ ,
 নে সংগ্ৰাম।
দিঠকৰ অপেক্ষাৰত উজাগৰী নিশাৰ সংগী মোৰ শিতানৰ গাৰুটোক সোধক,
কিমান উজুতি খাই ফুৰো নৈশ্যৰাজৰ সপোণ'ত ।
 সন্ধিয়াৰ  মৃদু বতাহ জাকক সোধক?
কেনেদৰে মোৰ দক্ষিণৰ খিৰিকিৰে সোমাই আহি
মোৰ হেপাঁহ বোৰক বাউলি কৰি দিয়ে। 
যি মোনা ভৰাই আজুৰিছো
হাঁহি , কন্দোন আৰু আবেগৰ মালা'বোৰ।
খুচুৰা পইচাঁৰ নিলামত
উজ্বল জীৱনৰ সন্ধানত
পাছলৈ উভতি নহাৰ 
দিঠকৰ সন্ধানত।

d8aa757ccf28c0aa03fed90c88b17b4a

pampa

পম্পা (প্রিয়া) অধিকাৰী   
 
         দিঠক
"""""""""""""""""""""""
দিঠক মানেনো কি? 
   মই নাজানো, 
জীৱন বাটৰ নিষ্ঠুৰ পথ ,
 নে সংগ্ৰাম।
দিঠকৰ অপেক্ষাৰত উজাগৰী নিশাৰ সংগী মোৰ শিতানৰ গাৰুটোক সোধক,
কিমান উজুতি খাই ফুৰো নৈশ্যৰাজৰ সপোণ'ত ।
 সন্ধিয়াৰ  মৃদু বতাহ জাকক সোধক?
কেনেদৰে মোৰ দক্ষিণৰ খিৰিকিৰে সোমাই আহি
মোৰ হেপাঁহ বোৰক বাউলি কৰি দিয়ে। 
যি মোনা ভৰাই আজুৰিছো
হাঁহি , কন্দোন আৰু আবেগৰ মালা'বোৰ।
খুচুৰা পইচাঁৰ নিলামত
উজ্বল জীৱনৰ সন্ধানত
পাছলৈ উভতি নহাৰ 
দিঠকৰ সন্ধানত।

d8aa757ccf28c0aa03fed90c88b17b4a

pampa

মৰম

মৰম চেনেহ
             কিমান যে হেপাহ
তোমাক কাষত পাবলৈ
           জীৱন মৰণৰ পৰা
কাষত বিচাৰোঁ কিয়নো
           তোমাৰ ঠিকনা
সন্ধান বিচাৰি
           তোমাৰ দুচকুত
আঁকিছো বহুত
            সপোন তোমাৰ নামত
মৰমে বিচাৰে
                মৰমৰ ঠিকনা
মই বিচাৰোঁ তোমাৰ
                 হৃদয়ৰ ঠিকনা


পম্পা অধিকাৰী try krisu olp

try krisu olp

d8aa757ccf28c0aa03fed90c88b17b4a

pampa

দুৰণিৰ পৰা ৰ লাগি চাও 
তোমাক আজি জানুচা তুমিও
চোৱা যদি মোলৈ এবাৰ ঘুৰি
কিনু কম মই কোৱা
সুধিলে আলে
ভাল পোৱা নে নোপোৱা
ইমান মৰম কোনেনো দিব
ভাবিচানে তুমি
ৰিঙা ৰিঙা মনে
তোমাকে বিচাৰে 
চিৰদিন কাষতে |

loader
Home
Explore
Events
Notification
Profile