Nojoto: Largest Storytelling Platform
sibagogoi4885
  • 3Stories
  • 7Followers
  • 11Love
    0Views

Siba Gogoi

  • Popular
  • Latest
  • Video
e233fac33523c0128a8e1a2ed8e83256

Siba Gogoi

প্ৰবাসী _____শ্ৰমিক..________________________  ভোকৰ তাৰণাত পৰি গাঁও এৰি চহৰলৈ গৈছিল;     লৈ গৈছিল পৰিয়ালৰ   সদস্য সকলক .... সকলো ভোকাতুৰ'    ভোকৰ পৰা মুক্তি পাবৰ কাৰণে  চহৰত দিন ৰাতি একাকাৰ কৰি কাম কৰিছিল সকলোৱে... মহানগৰীৰ সেই যে ওখ ওখ অট্টালিকাবোৰ.. সেই বোৰৰ আঁৰৰ মানুহ শ্ৰমিকসকল... তেওঁলোক নোহোৱাহেঁতেন সেই ওখ ওখ ঘৰবোৰ নহলহেঁতেন..... নাথাকিল হেঁতেন  কোনো পকী ৰাজপথ... উদ্ধাৰ কৰক  তেওঁলোকক..... আগবহাওক সহায়ৰ হাত ....জীয়াই থকাৰ বাঞ্ছা লৈ বাট চাই আছে সকলোৱে ..... #alone 😞help them

#alone 😞help them

e233fac33523c0128a8e1a2ed8e83256

Siba Gogoi

জীৱনৰ নীসংগতাবোৰ......... কেতিয়াও শেষ নোহোৱাই হল..  এই নীসংগতাই জ্বলাই শেষ কৰিব খুজিছে সকলো সপোন... চিগাৰেটৰ শেষ টুকুৰাৰ দৰে ....... দুই আঙুলিৰ ভাজত.....বহু সময় লৈ থাকিবৰ মন যায় তুমি দিয়া সকলো মৰম ...... বুকুৰ মাজত থওঁ গোপনে ........ বুকুৰ মাজত থও আকুৱালি সজতনে........... এদিন সাহসৰ হব ওখ পাহাৰ..... যৰ পৰা চৰাই দৰে দূহাত মেলি ..........উৰিম তললৈ ........ তোমাৰ ভাল পোৱা  চুবলৈ.... morom #love ....#in assamese

morom #Love ....#in assamese

e233fac33523c0128a8e1a2ed8e83256

Siba Gogoi

Only My pillow knows...the amount of tears , i hide from the world ...at night  ...... #Dreams 🙂thugg life ....

#Dreams 🙂thugg life ....


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile