Nojoto: Largest Storytelling Platform
bornalikhanikar4134
  • 1Stories
  • 66Followers
  • 29Love
    99Views

bornali khanikar

  • Popular
  • Latest
  • Video
ec404033b49b392c02a0f06e9fc7eced

bornali khanikar

হঠাতে কোনো নাৰী সলনি নহয় 
নাৰী সলনি হয় ভালপোৱাৰ বিনিময়ত অৱহেলা পালে ।
নাৰীয়ে  কথাবোৰ মানি লবও জানে , ত্যাগ স্বীকাৰ কৰিবও জানে কিন্তু যেতিয়া সেই নাৰীক বুজোতা কোনো নাথাকে , যেতিয়া তেওঁৰ অনুভূতিৰ  মূল্য কাৰো ওচৰতেই  নাথাকে তেতিয়াৰ পৰাই  তেওঁ লাহে  লাহে  সলনি হবলৈ আৰম্ভ কৰে । 
নাৰীয়ে সেইজন পুৰুষক অধিক ভাল পাই ,
যিজনে নাৰীৰ মূল্য বুজি পাই 
যিজনে নাৰীক সন্মান, ভালপোৱা , গুৰুত্ব ,বিশ্বাস দিব পাৰে । 
নাৰীক  মৰম ভালপোৱা, বিশ্বাস ৰ মাজত  ৰাখিলে 
চাবচোন তেতিয়া সেই  নাৰীয়ে আপোনাৰ কাৰণে   সকলো কৰিব সাজো থাকিব ।

                                  .   
                                  বৰ্ণালী 🌈

©bornali khanikar #❤️

#❤️ #Love

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile