Nojoto: Largest Storytelling Platform
uddiptandas4113
  • 29Stories
  • 56Followers
  • 181Love
    84Views

Uddipta N Das

Professional singer

  • Popular
  • Latest
  • Video
f71a3b0d9e0fc8391115883c2754b1de

Uddipta N Das

🙏🙏শুভৰাত্রি 🙏🙏

মই উদ্দীপ্ত নাৰায়ণ দাস । আপোনালোকৰ সুৰদেউল পৰিয়ালৰ এজন নতুন সদস্য । আপোনালোকৰ লগত এইকেইদিন থাকি বহুত নজনা কথা শিকিব পাৰিছো । আপোনালোকৰ পৰা গীত শুনিছো গীতৰ বিষয়ে বহুত খিনি কথা জানিব পাৰিছো । আপোনালোকৰ তুলনাত মই তেনেই নগণ্য । গান ভাল পাওঁ কাৰণে গাও । মুর্ছনাৰ দৰে মোৰো এটা Party Room আছে । যিটোৱে কালিলৈ 2 Level ত ভৰি দিব । কাললৈ দিনৰ 1 বজাত Room টোৰ Task কৰিম । সকলোৱে যাতে 1 বজাত মোৰ Room টোলৈ আহি গীত পৰিৱেশন কৰি Room টোৰ গৰিমা বঢ়াই । আপোনাৰ উপস্থিতি তথা আপোনাৰ এটি গীত পৰিৱেশনে মোক নথৈ আনন্দিত কৰিব আৰু মই বহুত উতসাহিত হম । এয়াই আপোনাৰ ওচৰত মোৰ প্রার্থনা, লগতে এয়া মোৰ আশা ।    
Room 🆔 :- 332861
                    
 ধন্যবাদ

f71a3b0d9e0fc8391115883c2754b1de

Uddipta N Das

অৰ্জুনৰ দর্পচূৰ্ণ, মহাবীৰ বৰবৰীকৰ আত্ম বলিদান #irrfankhan
f71a3b0d9e0fc8391115883c2754b1de

Uddipta N Das

f71a3b0d9e0fc8391115883c2754b1de

Uddipta N Das

f71a3b0d9e0fc8391115883c2754b1de

Uddipta N Das

f71a3b0d9e0fc8391115883c2754b1de

Uddipta N Das

f71a3b0d9e0fc8391115883c2754b1de

Uddipta N Das

!! অত্যাচাৰী সম্ৰাট !!
                          --উদ্দীপ্ত নাৰায়ণ দাস 

চলনাময়ী প্রেম সাম্রাজ্যৰ 
অত্যাচাৰী সম্রাট মই 
পাহৰিলো মোৰ অতীত 
পাহৰিলো মোৰ প্রেমৰ স‌ংজ্ঞা
জানো মাথো বৰ্তমান 
অপেক্ষাৰত সেই দিনটোৰ 
যিদিনা মোৰ ঘৰৰ দুৱাৰত
কোনোবাই টুকুৰিয়াব
মই সুধিম কোন ???? 
আৰু বাহিৰৰ পৰা মোক উত্তৰ দিব মই 
!!!!!!!!!!!!!!!! মৃত্যু !!!!!!!!!!!!!!!!!

f71a3b0d9e0fc8391115883c2754b1de

Uddipta N Das

like comment and share

like comment and share

f71a3b0d9e0fc8391115883c2754b1de

Uddipta N Das

I published a song on StarMaker, check out my singing now! #Music #karaoke #sing https://m.starmakerstudios.com/share?recording_id=1688849861445522&app=sm&from_user_id=1688849860274958&share_type=more

I published a song on StarMaker, check out my singing now! #Music #karaoke #sing https://m.starmakerstudios.com/share?recording_id=1688849861445522&app=sm&from_user_id=1688849860274958&share_type=more

f71a3b0d9e0fc8391115883c2754b1de

Uddipta N Das

plzzz like comment and share

plzzz like comment and share

loader
Home
Explore
Events
Notification
Profile