Nojoto: Largest Storytelling Platform
moonjyotidas6471
  • 3Stories
  • 0Followers
  • 0Love
    0Views

Moon Jyoti Das

  • Popular
  • Latest
  • Video
fb06ced0b31acd20cf7cfaf8a255093c

Moon Jyoti Das

মহাত্মা গান্ধীজীয়েও চাগে দাণ্ডি যাত্ৰা কৰোঁতে ইমান খোজ কঢ়া নাছিল !!

 যিমান মই দুৰ্গা পূজা চাবলৈ গৈ খোজ কাঢ়িলোঁ !!
😁😁😁😁😁😁😁😁😁😁😁 dquote

dquote

0 Love

fb06ced0b31acd20cf7cfaf8a255093c

Moon Jyoti Das

জীৱনটোক লৈ সপোন দেখাৰ এটা নিৰ্দিষ্ট সময় থাকে । সেই সসয় পাৰ হৈ গৈ থকাৰ লগে লগে সপোনবোৰ পূৰণ কৰাৰ সম্ভাৱনাও কমি গৈ থাকে ।

 অপেক্ষা কিহৰ ? আজিয়ে দিয়ক প্ৰথম খোজ সপোন সাৰ্থক কৰাৰ দিশত ।৷  #secondquote
## The Empty Life

secondquote ## The Empty Life

0 Love

fb06ced0b31acd20cf7cfaf8a255093c

Moon Jyoti Das

যেতিয়া লৈকে তুমি ভয়ে ভয়ে জীয়াই থাকিবা, তেতিয়ালৈকে তোমাৰ জীৱনৰ সকলো সিদ্ধান্ত আনে লৈ থাকিব  #lifea is a journey

#lifea is a journey

0 Love


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile