Nojoto: Largest Storytelling Platform

New assamese shayari app Quotes, Status, Photo, Video

Find the Latest Status about assamese shayari app from top creators only on Nojoto App. Also find trending photos & videos.

    PopularLatestVideo

Farhana

প্ৰচেষ্টা লাগিবই কোনো এটা কামত সফল হ'বলৈ,

সময় লাগিব গছপুলি ডাঙৰ হৈ তাত ফল হ'বলৈ;

আনৰ নেতিবাচক কথা শুনি নিৰাশ হোৱাৰ সলনি,

ভাল কিতাপ পঢ়া প্ৰয়োজন বৃদ্ধি মনোবল হ'বলৈ।

©Farhana #shayari#Assamese
#Books

Nipil Moran

#Assamese shayari #OneSeason

read more
গীতকে এটি গাইদিং ভোম
==================

গ্ৰুপৰ  ভিতৰত
 মইয়ে অকল জবলা ;
কৰবাত কেনেবাকৈ 
ভুল কৰিছোঁং হ’বলা !

চশমা নহ’লে তুমিও ভাল নেদেখা ;
ধুনীয়া নহ’লে প্ৰফাইল খুলিও নোচোৱা ৷

Nojotoৰ ভিতৰত
মইহে অকল দুখীয়া ;
ধুনীয়া ফটো দিবলৈ 
দামী কেমেৰা নথকা ৷

যদি বেয়া পোৱা
আছে যদি কোনোবা ;
ইন্‌বক্সত আহিলৈ
লাহেকৈ মাত লগাবা ৷

যদি ভালে লাগে 
আই ল’ভ ইউ বুলি নক’বা ;
ইন্‌বক্সত আহিলৈ
হোৱাট্‌চএপ নম্বৰ খুজিবা ৷

≈≈≈≈≈≈≈≈≈≈≈

আমাৰে মিষ্টাৰে 
সুৰ তুলি তুলি যেতিয়া গীত যুৰিব
চাই থকা চিষ্টাৰে 
ৰ’বকে নোৱাৰি Nojotoতে নাচিব ৷

আমাৰে চিষ্টাৰে 
ককাল ভাঙি নাচি হিয়াৰ মৰম যাচিব
Nojotoৰ ব্ৰাদাৰে 
মৰমৰ মাতেৰে হাই-হেল্ল বুলি মাতিব ৷

গেয়াৱ গেয়াৱ 
গেয়াৱ গেয়াৱ হেই ৷

 ≈≈≈≈≈≈≈≈≈≈

©Nipil Moran #Assamese shayari
#OneSeason

Deepty De O Ri

#Assamese,shayari/deepty

read more
mute video

Biplina Bora

#hastag Assamese shayari. 😊

read more
mute video

Pri_gun

mute video

Madhujya Bikash Chetia

Assamese #Assamese #Poetry

read more
mute video

Berdihun ĹÚMÁPĨ

Assamese biyah #Assamese

read more
mute video

nishita

Assamese song #Assamese #Love

read more
mute video

Tulya max

Assamese short video #Assamese

read more
mute video

Khiresh Taid

mute video
loader
Home
Explore
Events
Notification
Profile