Find the Latest Status about assamese funny story from top creators only on Nojoto App. Also find trending photos & videos.
Mrin
তুমি আধাভিজা চুলিৰ ঢৌ খেলাই Slow Motion ত আহিবা.... হৰিণী চকুৰ মায়াৰে চাবা মোলৈ... তোমাৰ তেজৰঙা ওঁঠযুৰিয়ে হাঁহি মাৰি মোৰ কাণৰ কাষত ক'ব আনে নুশুনা.. সেই প্ৰেম পৰশৰ গোপন ভাষা.... আৰু মই ক'ম:- এ পাতলা হ পাতলা হ .... ডেড হৈ যাবা এতে ... মুণ্ডা ছিঙি যাব Funny Assamese
Gitimoni Gogoi
বিহু আহিল বিহু গল বসন্ত থাকি গল ©Gitimoni Gogoi Assamese story
Farhana
Book quotes in Hindi শুনিছো বোলে তুমি লিখা মেলা কৰা? মই: আপুনি ভুল শুনিছে, মই টাইপহে কৰোঁ, মোবাইলত... 😀😀😀 -ফাৰহানা comedy#joke#funny#assamese#