Find the Latest Status about le val kingston from top creators only on Nojoto App. Also find trending photos & videos about, le val kingston.
Mrin
ভালে আছে নহয় আপুনি ?? আপুনি হয়তো নাজানিব মোৰ... আপোনাৰ প্ৰতি থকা গভীৰ প্ৰণয়ৰ নিবেদনবোৰ যে আজিও স্থবিৰ ... এৰা ...আপুনিও যে নি:সহায় ... জানিবলৈ মন নাযায় নে আপোনাৰ ?? পাহৰণিয়ে চুমি যোৱা সেই অতৃপ্ত হেঁপাহ বোৰ যে এতিয়া স্তব্ধ !!! কিয় ?? কেতিয়াবা মন নাযায় নে আপোনাৰ ? আপুনিবিহীনতাৰ মাদকতাবোৰৰ বাতৰি পঢ়িবলৈ?? মই জীয়াই আছোঁ দিয়ক .. ভালে আছে নহয় আপুনি ?? .. আপুনি হয়তো নাজানিব মোৰ আপুনিবিহীন মিছা হাঁহিবোৰ.. কৃত্ৰিম মুখাবোৰ.. বেয়া নাপাওঁ আপোনাক .. অকৃত্ৰিমতাৰ সীমা চেৰাই ভাল পাইছিলোঁ যে ... ভালপোৱাবোৰ যে মোৰ হে আছিল .. Val paau
Raja
Person's Hands Sun Love time ko samjna samjdari or time par samjna jimmedari🥺 ©Raja time val you