Nojoto: Largest Storytelling Platform

New assamese shairy Quotes, Status, Photo, Video

Find the Latest Status about assamese shairy from top creators only on Nojoto App. Also find trending photos & videos about, assamese shairy.

    PopularLatestVideo

Farhana

#MessageOfTheDay  যেনেকৈ সূৰ্য্যৰ পোহৰক পৃথিৱীলৈ অহাত আৰু পৃথিৱীক 
পোহৰাই তোলাত কোনো শক্তিয়ে বাধা দিব নোৱাৰে;

ঠিক সেইদৰে উদ্দেশ্য সৎ হ'লে আৰু ইচ্ছা থাকিলে ভাল 
কামৰ পোহৰেৰে সমাজখনকো পোহৰাই তোলাত 
কোনো শক্তিয়ে বাধা দিব নোৱাৰে।

©Farhana #Assamese#assamese#quotes
#Messageoftheday

parag Jyoti deka

#Assamese

read more
mute video

Barasha Rani Kalita

Assamese #কবিতা

read more
আবেগবোৰ চকুলো 

হৈ নিগৰি ব'ব,

যিদিনা তোমাক লগ পাম;

অভিমানবোৰ গুজি দিম,

তোমাৰ বুকুত

থাকিব কেৱল;

 মৌনতাৰ কোলাহল,

মৃত্যুক জিনি;

 আকৌ লগ পোৱাৰ

প্ৰতিশ্ৰুতিৰে.....
                    
               Mausumi( zoom )✨

©Barasha Rani Kalita Assamese

তুমি আৰু মই

#Assamese

read more
★ মোৰ মিছা হাঁহিটো ★
_______★_______
অ সোণ....
হিয়া ভঙা অব্যক্ত বেদনাৰ সাথৰবোৰ
সকলোৱে লিখিছে ছোন...
লিখিছে টুকুৰা হোৱা হৃদয় ভাৱনাত
এটি বিষাই যোৱা 
বিষাক্ত প্ৰেমৰ কবিতা...!!
এতিয়া মইয়ো লিখো জানা ...
মোৰ মিছা হাঁহি টোৰ সতে...
অন্ধকাৰ অমানিশা আকোৱালি লৈ দুখৰ
কিছু হুমুনিয়াহ.......!!
বহুদিন হল জানা, তোমাক দেখা নাই সোণ...
তুমি নাই বাবেই হয়তো দেখা নাই মই নীলা আকাশৰ বগা মেঘ...
এতিয়াছোন
ৰাতিৰ আকাশতো
জিলিকা নাই নিশাৰ জোনাকী পৰুৱা বোৰ...
নাই জোন, নাই তৰা
আছে মাথোঁ চকলা চকল ডাৱৰ...।
আৰু
কিছু অন্ধকাৰে আবৰি ধৰা কলা মেঘ বোৰ ....
কিন্তু সোণ, আজি তুমি নাই বাবেই
ৰচিছোঁ মিছা হাঁহি টোৰে 
নিজকে সুখী কৰাৰ নিজৰ মাজতে 
এখনি মিছা অভিনয় ।।

          
           ✍️নিবিৰ ৰাজবংশী
               ০৬/০৭/২০২০
            পাঞ্জাবাৰী বতাহঘুলি #Assamese

Queen Roy

#Assamese

read more
জীৱনটো আচলতে ইমানো জটিল নহয়...
আমি নিজেই জটিল কৰি তুলো... 
যদি আমি আনৰ পৰা expectations বোৰ অলপ কমকৈ ৰাখোঁ আৰু আনৰ ভূল বোৰ ক্ষমা কৰি দিয়াৰ লগতে নিজৰ ভুল বোৰো মানি লব পাৰো
জীৱনটো আগতকৈ অলপ সহজ হৈ পৰিব....নহয় জানো!!??



      
     -Queen #Assamese

Queen Roy

#Assamese

read more
কোনোবাই যদি তোমাৰ পৰা আঁতৰি যাবলৈ খুজিছে
তেওঁক ধৰি নাৰাখিবা...
যাবলৈ দিবা.. হয়তো তেওঁৰ ওচৰত তোমাৰ গুৰুত্বও শেষ হৈছে
যোৰ কৰি ৰাখিবলৈ গলে হয়তো পিছত তুমিয়ে দুখ পাবা
সেইকাৰণে যাবলৈ ওলোৱা জনক যাবলৈ দিয়া...
দুখ কৰি বহি থাকিলে তুমি আগবাঢ়িবা কেনেকৈ!!??
তেওঁক পাহৰিবলৈ চেষ্টা কৰা..
ফুৰিব যোৱা.. লগৰ সমনিয়া আৰু পৰিয়ালৰ লগত সময় কটোৱা
তোমাৰ অভিৰুচি বোৰত সময় কটোৱা
নিজকে ব্যস্ত ৰাখা
চাবা এদিন তুমিও পাৰিবা
জীৱনত নোৱাৰা কাম কিবা আছে জানো!!
থাকিব বিচৰা মানুহ কেতিয়াও এৰি নাযায় ও



                                    ✍️ কুইন #Assamese

Nipa Lahon

assamese

read more
সলনি হলো...




মই সলনি হলো...
এতিয়া মই নিসংগতা ভাল পাঁও..
ভাল পাঁও ৰাতিৰ নিৰবতা...
হাহাকাৰ ভিৰৰ মাঞৰ পৰা পলাই হাৰি...বহু সময়ত অনুভৱ কৰো....
অকলশৰীয়াবোৰেই যেন মোৰ বাবে চেষত...

বানধৱীয়ে শোনোৱা সেই পুৰনী খোৰাকবোৰত 
আঞিকালী মোৰ হাঁহি নাহে...
নিঞ প‌থিৱীতেই যেন ডুবি থাকো মই..
কাগঞ ...কলম..আৰো মই..
আবধ কোঠা..
নিঞন ঠাই...
নিৰিবিলি বতাহ...
এতিয়া..
এই সকলোবোৰেই যেন মোৰ ভাল পোৱা..

মই যেন সলনি হৈছো...
মোক যেন পয়োঞন হৈছে কিছু তিৰৱতাৰ... 
কিছু অকলশৰীয়াৰ... assamese

Bedanta Das

assamese #कविता

read more
mute video

Hiya

#Assamese #Talk

read more
mute video

Dr keshab Gogoi

Assamese #Talk

read more
সকলো অসম বাসী 
ৰাইজলৈ 
ৰঙালী বিহুৰ আন্তৰিক শুভেছা জ
জ্ঞাপন কৰিলো Assamese
loader
Home
Explore
Events
Notification
Profile