Nojoto: Largest Storytelling Platform

Best সীমান্ত Shayari, Status, Quotes, Stories

Find the Best সীমান্ত Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about সীমান্ত গান্ধী কাকে বলে, সীমান্ত বৃষ্টিপাত কাকে বলে, সীমান্ত কাকে বলে, সীমান্ত গান্ধী নামে কে পরিচিত, সীমান্ত গান্ধী নামে পরিচিত,

  • 2 Followers
  • 3 Stories

Jayanta Roy

#সীমান্ত1324কবিতা#

read more
কাঁটাতার,
চাঁদের মাঝ বরাবর;
রক্তাক্ত পা--
দূরে মিলিয়ে যায় গ্রাম...  #সীমান্ত#1324কবিতা#

Simanta

"এটা কবিতাৰ মৃত্যু"
_________________

এটা কবিতাৰ মৃত্যু হ'ল

দূৰন্ত গতিত আগবাঢ়ি যোৱা
এটা কবিতা
জীয়া অনুভূতিৰ 
উত্থান পতনৰ সাক্ষী
এটা কবিতা
সুপ্ত বেদনাৰ জাগ্ৰত প্ৰকাশ
এটা কবিতা
ধ্বংসকামিৰ নগ্ন প্ৰতিবিম্ব
এটা কবিতা 

এটা কবিতাৰ মৃত্যু হ'ল।

এতিয়া সিহঁতে উল্লাস কৰিছে
উথলি উঠিছে 
সিহঁতৰ বুকুত কুটিল শিহৰণ
মুখাৰ আৰৰ মুখবোৰ 
বেপেৰোৱা ভংগিমাত
বৰকৈ উজলি উঠিছে
আৰু দাম্ভিক খোজেৰে
আগবাঢ়িছে..
সাৱটিব ৰুগ্ন ভৱিষ্যত 

সিহঁত বিজয়ী হ'ল

এটা কবিতাৰ মৃত্যু হ'ল।

        ***********

  #সীমান্ত মিশ্ৰ #Passion

Simanta

এটা কবিতাৰ মৃত্যু #সীমান্ত

read more
"এটা কবিতাৰ মৃত্যু"
_________________

এটা কবিতাৰ মৃত্যু হ'ল

দূৰন্ত গতিত আগবাঢ়ি যোৱা
এটা কবিতা
জীয়া অনুভূতিৰ 
উত্থান পতনৰ সাক্ষী
এটা কবিতা
সুপ্ত বেদনাৰ জাগ্ৰত প্ৰকাশ
এটা কবিতা
ধ্বংসকামিৰ নগ্ন প্ৰতিবিম্ব
এটা কবিতা 

এটা কবিতাৰ মৃত্যু হ'ল।

এতিয়া সিহঁতে উল্লাস কৰিছে
উথলি উঠিছে 
সিহঁতৰ বুকুত কুটিল শিহৰণ
মুখাৰ আৰৰ মুখবোৰ 
বেপেৰোৱা ভংগিমাত
বৰকৈ উজলি উঠিছে
আৰু দাম্ভিক খোজেৰে
আগবাঢ়িছে..
সাৱটিব ৰুগ্ন ভৱিষ্যত 

সিহঁত বিজয়ী হ'ল

এটা কবিতাৰ মৃত্যু হ'ল।

        ***********

  #সীমান্ত মিশ্ৰ এটা কবিতাৰ মৃত্যু


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile