Nojoto: Largest Storytelling Platform

Best প্ৰেমৰ Shayari, Status, Quotes, Stories

Find the Best প্ৰেমৰ Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about প্ৰেমৰ কিছু কথা, প্ৰেমৰ সংজ্ঞা কি, প্ৰেমৰ sms, প্ৰেমৰ কবিতা, প্ৰেমৰ প্ৰতাৰণা কবিতা,

  • 2 Followers
  • 3 Stories

sangita

#Ar Poetry #প্ৰেমৰ ৰং আপোনাৰ দুচকুত... #আপুনি চকু নজপাব, মোৰ কিছু বুজিব লগা আছে... #minequote #assamesequote #yqquotes #YourQuoteAndMine Collaborating with Ar Dutta

read more
আপুনি 
"নীলিম 
তোমাৰ দুচকুতে" গীতটি গুণাগুণাই
মোৰ কাষলৈ নাহিব.....
নহ'লে 
মই 
আকৌ এবাৰ
আপোনাৰ গানৰ প্ৰেমত পৰিম....
এইবাৰ কিন্তু 
আপুনি 
মোক অভিযোগ নিদিব.......

"আপুনি মোৰ নহয় গানৰহে প্ৰেমিকা "!
 #Ar Poetry
#প্ৰেমৰ ৰং আপোনাৰ দুচকুত...
#আপুনি চকু নজপাব, মোৰ কিছু বুজিব লগা আছে...
#minequote 
#assamesequote 
#yqquotes  #YourQuoteAndMine
Collaborating with Ar Dutta

sangita

#open for Collab #Ar Poetry #প্ৰেমৰ পৰিধ #minequote #assamesequote #yqquotes #YourQuoteAndMine Collaborating with Ar Dutta

read more
মোৰ ৰক্তিম হৃদয়ে জনাই নাছিল
অনুভৱৰ শেতেলিত প্ৰেম হিল্লোলৰ তাৎপৰ্য কি....
শতসহস্ৰ ৰঙৰ মাজত নিষ্প্ৰভ আছিল মোৰ বাবেও 
ভালপোৱাৰ ৰঙ......
অথচ
আপোনাৰেই নাম খোদিত আজি মোৰ হৃৎ প্ৰাঞ্চীত 
নজনাকৈয়ে .......
নেদেখাকৈয়ে ........
ইমানৰ পিছতো আপুনি দুনাই সুধিব নেকি
প্ৰণয়পাশৰ সংজ্ঞা কি বুলি ....
মই যে সংজ্ঞা বাখ্যা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ....... 
 #Open for Collab
#Ar Poetry
#প্ৰেমৰ পৰিধ
#minequote
#assamesequote 
#yqquotes  #YourQuoteAndMine
Collaborating with Ar Dutta

thor haturi

#প্ৰেমৰ সংজ্ঞা প্ৰাঞ্জলৰ দৃষ্টিত
#প্ৰতিটো পোৱা চকু মেলাৰ পাছতেই যাৰ অবয়ব  মনত আহে সেইটোৱেই হৈছে প্ৰেম।।
#যি জনৰ এষাৰি মিঠা মাতৰ বাবে গোটেই দিন টো ক্ষণ গণি থকা যায় সেয়াই হৈছে প্ৰেম,।।
#যি জনৰ লগত দুৰ্বাৰ কাজিয়া হোৱাৰ পাছতো,সৰু হৈ কাষ চপা যায় সেইয়াই হৈছে প্ৰেম,।।
#কাৰোবাৰ কথা মনত পৰি যেতিয়া ওঠৰ কোণত মিচিকিয়া হাঁহি ভাহি উঠে সেয়াই হৈছে প্ৰেম,।।
#পৃথিৱীৰ সমস্ত সুখ উপভোগ কৰা মুহূৰ্তত যদি কোনোবাৰ অনুপস্থিতৰ ভাব হয় সেয়াই হৈছে প্ৰেম,
#তেওঁ ওচৰত নাই,কিন্তু আঁতৰত থাকিলেও মনৰ পৰা অহা আশীৰ্বাদ সেয়াই হৈছে প্ৰেম,।।
#যাক আপোন কৰিব নোৱাৰি বুলি জানিও,প্ৰতিটো মুহূৰ্তত হৃদয়ৰ কোণত সজাই ৰখা যায় সেয়াই হৈছে প্ৰেম,,।।
    #যাৰ অনুভৱত মানৱ দেহত কলিজাৰ উমান পোৱা যায় ,সেয়াই হৈছে প্ৰেম,,।।
   #যাৰ দুখ দেখি তেওঁতকৈ বেছি দুখত ভাগি পৰা যেন অনুভৱ হয় ,সেয়াই হৈছে প্ৰেম,,।।
 #মানৱ শৰীৰে অনুভূতিৰ দলিছা খনত বাগৰিব খোজা মানেই হৈছে প্ৰেম,|
   #আকাশ নীলা গগনৰ, এসোপা মান সেউজীয়াৰ মাজত বিলীন হৈ যাব খোজা মানেই হৈছে প্ৰেম,।।
   #মোবাইলৰ ৰিংটন বজাৰ আগতেই ফোন আহিব বুলি অহা অনুভৱ মানেই হৈছে প্ৰেম,।।
#ত্যাগৰ অন্তিম চৰণৰ ক্ষণয়েই হৈছে প্ৰেম।। #LOVE/প্ৰেম


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile