Nojoto: Largest Storytelling Platform

মোৰ ৰংহীন জীৱনক মুঠি মুঠি ৰং সিঁচি ৰঙীন কৰিলা তুম

মোৰ ৰংহীন জীৱনক 
মুঠি মুঠি ৰং সিঁচি
ৰঙীন কৰিলা তুমি....!
সেয়েসেতো 
মোৰ হেঁপাহৰ এটি
নাম তুমি....
হৃদয়ত
আলফুলে আৱৰি ৰখা। sonmoni
মোৰ ৰংহীন জীৱনক 
মুঠি মুঠি ৰং সিঁচি
ৰঙীন কৰিলা তুমি....!
সেয়েসেতো 
মোৰ হেঁপাহৰ এটি
নাম তুমি....
হৃদয়ত
আলফুলে আৱৰি ৰখা। sonmoni

sonmoni #poem