Nojoto: Largest Storytelling Platform

ফাগুন...., তই ইমান প্ৰেমময় কিয়? মোৰ চাৰিওকাষে আজ

ফাগুন....,
 তই ইমান প্ৰেমময় কিয়?

মোৰ চাৰিওকাষে আজি মদাৰৰঙী আবেগৰ উতলা নিচা কিয়?

©Hirushima Bora #ফাগুন 

#roseday
ফাগুন....,
 তই ইমান প্ৰেমময় কিয়?

মোৰ চাৰিওকাষে আজি মদাৰৰঙী আবেগৰ উতলা নিচা কিয়?

©Hirushima Bora #ফাগুন 

#roseday

#ফাগুন #roseday #Love