Nojoto: Largest Storytelling Platform

জীৱনটো আচলতে ইমানো জটিল নহয়... আমি নিজেই জটিল কৰি

জীৱনটো আচলতে ইমানো জটিল নহয়...
আমি নিজেই জটিল কৰি তুলো... 
যদি আমি আনৰ পৰা expectations বোৰ অলপ কমকৈ ৰাখোঁ আৰু আনৰ ভূল বোৰ ক্ষমা কৰি দিয়াৰ লগতে নিজৰ ভুল বোৰো মানি লব পাৰো
জীৱনটো আগতকৈ অলপ সহজ হৈ পৰিব....নহয় জানো!!??

     -Queen #Assamese