প্রেম মোৰ জীবন লৈ তুমি প্রেম হৈ আহিলা। বহুত ভাল পাই পেলালো তোমাক হয়তো নিজত কৈ বেছি ভাল পাইছিলো। তোমাক লৈ বহুত সপোন দেখীলো। বহুত মধুৰ কল্পনা কৰিলো ভাবিছিলো মোৰ সপোন বোৰ তুমি আধৰুৱা জীৱনক ভৰ পূৰ কৰি তুলিবা। কিন্তু হঠাত বান আহি গল মনৰ পথাৰৰ সকলো শস্য উটুৱাই লৈ গল আৰু উৰুৱাই নিলে কল্পনাৰ প্রজাবোৰ। চাৰিওফালে পাৰ নেদেখাকৈ বিষাদৰ পানী হৃদয়খন বেদনাৰ পলাসেৰে পুতি পেলালে। লাহে লাহে সূৰ্য্য অষ্ট হৈ গল। জীৱনতো অন্ধকাৰে ঢাকি ধৰিলে৷ নাজানো কেতিয়ালৈ সুখৰ চন্দ্রমা উদয় হব আৰু মোৰ জীবন পোহৰ কৰি তুলিব মাথো সঠিক সময়লৈ বাট চাই আছো। 😊 পাৰবীনা সোনোৱাল😊😊🥰 love poem #peace