Nojoto: Largest Storytelling Platform
parbinasonowal6654
  • 12Stories
  • 28Followers
  • 112Love
    1.6KViews

Parbina Sonowal

  • Popular
  • Latest
  • Video
755d8ba62b7d8c91a4e07a6da68c8fbb

Parbina Sonowal

#waiting
755d8ba62b7d8c91a4e07a6da68c8fbb

Parbina Sonowal

জীৱনটো লৈ বহুত সপোন দেখিলো । 
বহুত মধুৰ কল্পনা কৰিলো । 
ভাবিছিলো মোৰ সপোন বোৰ বাস্তুৱত পৰিনত হব
মোৰ আধৰুৱা জীবনটো ভৰ পূৰ হৈ উঠিব। 
কিন্তু হঠাত বান আহি গল 
মনৰ পথাৰৰ সকলো শস্য উতুৱাই লৈ গল । 
আৰু উতুৱাই নিলে কল্পনাৰ প্রজাবোৰ । 
চাৰিওফালে পাৰ নেদেখাকৈ বিষাদৰ পানী 
 হৃদয়খন  বেদনাৰ পলাসেৰে পুতি পেলালে। 



                    (জান -) - পাৰবীনা #dawn
755d8ba62b7d8c91a4e07a6da68c8fbb

Parbina Sonowal

#Dreams
755d8ba62b7d8c91a4e07a6da68c8fbb

Parbina Sonowal

i don't know what u feel or think about me but i can't stop to think or feel about u or the time we spent together which is unfortunate because i have tried  really ,, its really hard .. my heart is paining very badly frm inside .. 




 ur parbinA.... #spark
755d8ba62b7d8c91a4e07a6da68c8fbb

Parbina Sonowal

প্রেম

 
মোৰ জীবন লৈ তুমি প্রেম
হৈ আহিলা। 
বহুত ভাল পাই পেলালো তোমাক 
হয়তো নিজত কৈ বেছি
ভাল পাইছিলো। 
তোমাক লৈ বহুত সপোন 
দেখীলো। 
বহুত মধুৰ কল্পনা কৰিলো 
ভাবিছিলো মোৰ সপোন বোৰ
তুমি আধৰুৱা জীৱনক ভৰ পূৰ
কৰি তুলিবা। 
কিন্তু হঠাত বান আহি গল
মনৰ পথাৰৰ সকলো শস্য উটুৱাই  লৈ গল 
আৰু উৰুৱাই নিলে কল্পনাৰ প্রজাবোৰ। 
চাৰিওফালে পাৰ নেদেখাকৈ বিষাদৰ পানী 
হৃদয়খন বেদনাৰ পলাসেৰে পুতি পেলালে। 
লাহে লাহে সূৰ্য্য অষ্ট হৈ গল। 
জীৱনতো অন্ধকাৰে ঢাকি ধৰিলে৷ 
নাজানো কেতিয়ালৈ সুখৰ 
চন্দ্রমা উদয় হব
আৰু মোৰ জীবন পোহৰ কৰি তুলিব 
মাথো সঠিক সময়লৈ 
বাট চাই 
আছো। 


                                  😊 পাৰবীনা সোনোৱাল😊😊🥰 love poem
#peace

love poem #peace

755d8ba62b7d8c91a4e07a6da68c8fbb

Parbina Sonowal

দেউতা


ঔ দেউটা  তুমি নাই। 
ঘৰলৈ কিয় অহা নাই । 
তুমি হোৱা গাৰুটো সাৱটি ও শুব পৰা নাই। 
ডাঙৰ ঘৰটোত তুমি বিহীন  একেবাৰে ভাল লগা নাই। 
মাৰ মৰমেৰে মোক শান্ত কৰিব পৰা নাই। 
ইমান বোৰ ব্যস্ততাৰ মাজতো তোমাক পাহৰিব পৰা নাই। 
মায়ে কয় তুমি আৰু আমাৰ মাজত নাহা বুলি । 
তোমাৰ গাৰুটোত হোৱাই মা য়ে মোক বুকুত টানি আনি সোধে 
দেউতা ৰ  কলিজা জনী পুৱতি নিশা লৈ কিয় টোপনি নাই। 
বিশ্বাস কৰা দেউতা তুমি নাই কিন্তু তোমাৰ কথা ওলোৱাত দৌৰি আহোঁ আৰু তোমাক বিচাৰি ফুৰো কিন্ত তুমি নাই। 
মাৰ গাত বগা কাপোৰ জোৰ একে বাৰে ভাল লগা নাই। 
দেউতা তুমি কিয় নাই তোমাৰ কোলাত উঠিব পৰা নাই আৰু কিমান দিন যে কান্ধত উঠিব পৰা নাই 
কিয়  তুমি নাই। 
আমাৰ কথা এবাৰো ভাবিব নোৱাৰিলা। 
অ
ঔ দেউতা মাক বগা সাজ জোৰত দেখি বৰ কষ্ট পাওঁ ঔ। 
মই অভিমানত কান্দিলে মায়ে কয় তুমি হেনো এতিয়া দেৱতা 
শলা গৈ 
আৰু আমাৰ মাজত নাহা । 
ঔ মোৰ perfect দেউতা তুমি যে আমাৰ মাজৰ পৰা গুচি গলা মোৰ মুঠেই একেবাৰে  ভাল লগা নাই। 
 দেউতা ঔ দেউতা miss you কিমান যে মনত পৰে নহয় কিন্তু তোমাৰ হে আহৰি নাই। 



                                তোমাৰ  মৰমৰ মইনা।।।। 🥰😍😍🥰
                                                             পাৰবীনা সোনোৱাল😍🥰🥰 miss u papa... 

#ShiningInDark

miss u papa... #ShiningInDark

755d8ba62b7d8c91a4e07a6da68c8fbb

Parbina Sonowal

#krishna_flute #for my brother...

#krishna_flute #for my brother...

755d8ba62b7d8c91a4e07a6da68c8fbb

Parbina Sonowal

#tereliye muje itni achi torke k se hindi nhe ate.. phir v try kiya sry..

#tereliye muje itni achi torke k se hindi nhe ate.. phir v try kiya sry..

755d8ba62b7d8c91a4e07a6da68c8fbb

Parbina Sonowal

#terimitti #poem#love
755d8ba62b7d8c91a4e07a6da68c8fbb

Parbina Sonowal

#terimitti
loader
Home
Explore
Events
Notification
Profile