Nojoto: Largest Storytelling Platform

পাগলী বান্ধৱী --------------------- তাই জনী মৰমৰ

পাগলী বান্ধৱী
---------------------

তাই জনী মৰমৰ মোৰ
           তাই জনী প্ৰিয় মোৰ,

সৌ- শৈশৱতে লগ‌ পোৱা তাই জনী
আজিও‌ লগত মোৰ,

       সেই কাৰণেই টো কৈছো
     পাগলী জনী বৰ প্ৰিয় মোৰ।

তাইক দেখাৰ লগে লগে দুটি ওঁঠত ভাহি উঠে হাঁহি মোৰ,

           আমাৰ সুখ- দুখেৰে হোৱা কথাবাৰ্তাৰ মাজত
      বহুতো আবেগ, অনুভূতি থাকে তাই আৰু মোৰ,

       সৌ- শৈশৱৰ মুনু জনী সচাকৈ অতি আপোন মোৰ।

বন্ধুত্বৰ এনাজৰীৰে বান্ধ খাই থাকিম সদায়
           এইয়া প্ৰতিশ্ৰুতি তোমালৈ মোৰ,

কথা দিলো প্ৰিয়ে, চিৰদিনে "পাগলী বান্ধৱী" হৈ ৰʼবা তুমি মোৰ।

©Bonti Das বন্ধুত্ব ❤️
#friendforever 
#friendlove 
#Yaari 
#strongfriendship
পাগলী বান্ধৱী
---------------------

তাই জনী মৰমৰ মোৰ
           তাই জনী প্ৰিয় মোৰ,

সৌ- শৈশৱতে লগ‌ পোৱা তাই জনী
আজিও‌ লগত মোৰ,

       সেই কাৰণেই টো কৈছো
     পাগলী জনী বৰ প্ৰিয় মোৰ।

তাইক দেখাৰ লগে লগে দুটি ওঁঠত ভাহি উঠে হাঁহি মোৰ,

           আমাৰ সুখ- দুখেৰে হোৱা কথাবাৰ্তাৰ মাজত
      বহুতো আবেগ, অনুভূতি থাকে তাই আৰু মোৰ,

       সৌ- শৈশৱৰ মুনু জনী সচাকৈ অতি আপোন মোৰ।

বন্ধুত্বৰ এনাজৰীৰে বান্ধ খাই থাকিম সদায়
           এইয়া প্ৰতিশ্ৰুতি তোমালৈ মোৰ,

কথা দিলো প্ৰিয়ে, চিৰদিনে "পাগলী বান্ধৱী" হৈ ৰʼবা তুমি মোৰ।

©Bonti Das বন্ধুত্ব ❤️
#friendforever 
#friendlove 
#Yaari 
#strongfriendship
rashmiandbontisi5009

Bonti Das

New Creator