Nojoto: Largest Storytelling Platform

❣️অভিমানৰ স্মৃতি❣️ মনৰ কোনোবা এটা কোণত আজিও তোমাৰ

❣️অভিমানৰ স্মৃতি❣️

মনৰ কোনোবা এটা কোণত আজিও
তোমাৰ স্মৃতি সজীৱ হৈ আছে তোমাৰ অভিমানৰ স্মৃতিবোৰ আজীৱন
মই মোৰ বুকুৰ কোণত 
 সজীৱ কৰি ৰাখি থৈছো
 আৰু আজীৱন ৰাখিম। 
তোমাৰ দৰে আজি শব্দবোৰেও
 অভিমান কৰিব ধৰে। 
যেতিয়া কাগজত কলমটোৰ পৰশ দি তোমাৰ স্মৃতিবোৰ সজীৱ কৰিবলৈ হাতত লও 
তেতিয়া শব্দবোৰো বৰ 
অভিমানী হৈ পৰে ll
❣️❣️❣️
@ahmed_karimuddin #assamespoem #assameseboy
#iloveassam