Nojoto: Largest Storytelling Platform
karimuddinahmed1509
  • 4Stories
  • 15Followers
  • 21Love
    0Views

karimuddin ahmed

frm 🇦​🇸​🇸​🇦​🇲​✌️♥️♥️ মই অসমীয়া ♥️✌️ insta ID----ahmed_karimuddin PhØtØgraphY is mY ♥️ Kawasaki ninja HR ♥️

  • Popular
  • Latest
  • Video
d958d0dc186c7141a9782bf279a6ac47

karimuddin ahmed

❣️অভিমানৰ স্মৃতি❣️

মনৰ কোনোবা এটা কোণত আজিও
তোমাৰ স্মৃতি সজীৱ হৈ আছে তোমাৰ অভিমানৰ স্মৃতিবোৰ আজীৱন
মই মোৰ বুকুৰ কোণত 
 সজীৱ কৰি ৰাখি থৈছো
 আৰু আজীৱন ৰাখিম। 
তোমাৰ দৰে আজি শব্দবোৰেও
 অভিমান কৰিব ধৰে। 
যেতিয়া কাগজত কলমটোৰ পৰশ দি তোমাৰ স্মৃতিবোৰ সজীৱ কৰিবলৈ হাতত লও 
তেতিয়া শব্দবোৰো বৰ 
অভিমানী হৈ পৰে ll
❣️❣️❣️
@ahmed_karimuddin #assamespoem #assameseboy
#iloveassam
d958d0dc186c7141a9782bf279a6ac47

karimuddin ahmed

নাৰী তুমি অনন্যা

সমাজৰ এক প্ৰহেলিকা নাৰী তুমি 
তোমাক শতকোটি প্ৰণাম
জীৱনৰ প্ৰথম চকু মেলিছিলো
তোমাৰ কোলাতে আই 
সচাঁকৈ,নাৰী তুমি অনন্যা
সমাজ এখনেই 
ভাব হয় কেতিয়াবা
নিস্পাপ শিশুটিৰ দৰে নাৰী তুমি
আৰু কেতিয়াবা ভাব হয় 
কুন্তী স্বৰূপ পাষণ নাৰী তুমি
কাৰণ, কাৰণ এটায়েই 
এফালে বৰ্তমান সমাজৰ নাৰীৰ নগ্ন স্বৰূপ
অলপ শাৰিৰীক সন্তুস্টিৰ বাবে
অবৈধ মাতৃত্ব বহন কৰি 
দেৱতুল্য শিশুটিক জাৱৰৰ দামত পেলাই থৈ যোৱা
আৰু অনফালে একেখন সমাজৰে
  জীৱনদায়িনী ৰাধাৰূপী নাৰীয়েই
সেই দেৱতুলল্য শিশুক উদ্ধাৰ কৰি 
নিজৰ মাতৃত্বৰ পৰিচয় দাঙি ধৰা.....
পাৰ্থক্য ক'ত ??
 আধুনিক শিক্ষাৰ মতিভ্ৰম নে পৰিৱেশৰ অধোগতি !!! সচাঁকৈ
 নাৰী তুমি অনন্যা 
নাৰী তুমি অনন্যা

 *HAPPY WOMEN'S DAY*

কৰিমুদ্দিন আহমেদ  ✍️ happy women's day ❣️

happy women's day ❣️ #Quote

d958d0dc186c7141a9782bf279a6ac47

karimuddin ahmed

साजदाए इश्क़ ही तो इबादत का मज़ा आता है 
खाली साओ पे तो दुनिया ही मजाक करता है #saYeri♥️✌️
#🇲​🇦​🇳​ 🇰​🇮​ 🇧​🇦​🇦​🇹​♥️
 Lumbini Shejul

saYeri♥️✌️ #🇲​🇦​🇳​ 🇰​🇮​ 🇧​🇦​🇦​🇹​♥️ Lumbini Shejul #शायरी

d958d0dc186c7141a9782bf279a6ac47

karimuddin ahmed

Sikwa  Nhi  Kisi  Se 
Kisi  Se  Gila  Nhi 
Nasib  Me  Nhi  Tha  Jo
Hmko  Mila  Nhi


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile