হঠাতে কোনো নাৰী সলনি নহয় নাৰী সলনি হয় ভালপোৱাৰ বিনিময়ত অৱহেলা পালে । নাৰীয়ে কথাবোৰ মানি লবও জানে , ত্যাগ স্বীকাৰ কৰিবও জানে কিন্তু যেতিয়া সেই নাৰীক বুজোতা কোনো নাথাকে , যেতিয়া তেওঁৰ অনুভূতিৰ মূল্য কাৰো ওচৰতেই নাথাকে তেতিয়াৰ পৰাই তেওঁ লাহে লাহে সলনি হবলৈ আৰম্ভ কৰে । নাৰীয়ে সেইজন পুৰুষক অধিক ভাল পাই , যিজনে নাৰীৰ মূল্য বুজি পাই যিজনে নাৰীক সন্মান, ভালপোৱা , গুৰুত্ব ,বিশ্বাস দিব পাৰে । নাৰীক মৰম ভালপোৱা, বিশ্বাস ৰ মাজত ৰাখিলে চাবচোন তেতিয়া সেই নাৰীয়ে আপোনাৰ কাৰণে সকলো কৰিব সাজো থাকিব । . বৰ্ণালী 🌈 ©bornali khanikar #❤️