Nojoto: Largest Storytelling Platform

মোৰ ভূল ___________ তাই মোক সুধিছিল 😟 তাই মোৰ কিয

মোৰ ভূল
___________
তাই মোক সুধিছিল 😟
তাই মোৰ কিয় আপোন
মই এটাও কাৰণ দশাব নোৱাৰিলো 😒।
তাই আতৰি গ'ল 😔
মই তাইক ভালেই পোৱা
নাছিলোঁ বুলি ,
মইয়ো কথাষাৰ বিনা প্ৰতিবাদ
কৰিয়ে মানি ললো ,
কাৰণ মোৰ ওচৰত যে
 কোনো প্ৰমাণ নাছিল।
সছাকৈয়ে কৈছোঁ
তাই বিনা কাৰণতে মোৰ
আপোন হৈ পৰিছিল।

©Rj Saikia I miss you
#philosophy
মোৰ ভূল
___________
তাই মোক সুধিছিল 😟
তাই মোৰ কিয় আপোন
মই এটাও কাৰণ দশাব নোৱাৰিলো 😒।
তাই আতৰি গ'ল 😔
মই তাইক ভালেই পোৱা
নাছিলোঁ বুলি ,
মইয়ো কথাষাৰ বিনা প্ৰতিবাদ
কৰিয়ে মানি ললো ,
কাৰণ মোৰ ওচৰত যে
 কোনো প্ৰমাণ নাছিল।
সছাকৈয়ে কৈছোঁ
তাই বিনা কাৰণতে মোৰ
আপোন হৈ পৰিছিল।

©Rj Saikia I miss you
#philosophy
rjsaikia8533

Rj Saikia

New Creator