Nojoto: Largest Storytelling Platform

জীৱনৰ নীসংগতাবোৰ......... কেতিয়াও শেষ নোহোৱাই হল.

জীৱনৰ নীসংগতাবোৰ......... কেতিয়াও শেষ নোহোৱাই হল..  এই নীসংগতাই জ্বলাই শেষ কৰিব খুজিছে সকলো সপোন... চিগাৰেটৰ শেষ টুকুৰাৰ দৰে ....... দুই আঙুলিৰ ভাজত.....বহু সময় লৈ থাকিবৰ মন যায় তুমি দিয়া সকলো মৰম ...... বুকুৰ মাজত থওঁ গোপনে ........ বুকুৰ মাজত থও আকুৱালি সজতনে........... এদিন সাহসৰ হব ওখ পাহাৰ..... যৰ পৰা চৰাই দৰে দূহাত মেলি ..........উৰিম তললৈ ........ তোমাৰ ভাল পোৱা  চুবলৈ.... morom #love ....#in assamese

sibagogoi4885

Siba Gogoi

New Creator

morom #Love ....#in assamese