Nojoto: Largest Storytelling Platform

#পৰীক্ষা পৰীক্ষা পৰীক্ষা জীৱনত যে দিব লাগে

#পৰীক্ষা 

 পৰীক্ষা পৰীক্ষা 
জীৱনত যে দিব লাগে 
  কত কিমান পৰীক্ষা 
স্কুলৰ পৰা কলেজলৈ 
অফিচৰ পৰা 
নিজৰ কাৰ্যদক্ষতালৈ
সকলো ক্ষেত্ৰতে 
কেৱল মাথো 
পৰীক্ষা আৰু পৰীক্ষা 


                                      - jd #Time
#পৰীক্ষা 

 পৰীক্ষা পৰীক্ষা 
জীৱনত যে দিব লাগে 
  কত কিমান পৰীক্ষা 
স্কুলৰ পৰা কলেজলৈ 
অফিচৰ পৰা 
নিজৰ কাৰ্যদক্ষতালৈ
সকলো ক্ষেত্ৰতে 
কেৱল মাথো 
পৰীক্ষা আৰু পৰীক্ষা 


                                      - jd #Time