Nojoto: Largest Storytelling Platform

বৰষুণ পুৱাতে উঠি বহিলোঁ টেবুলত ... হাতত বহি আৰু ক

বৰষুণ

পুৱাতে উঠি বহিলোঁ টেবুলত ...
হাতত বহি আৰু কলম লৈ...
কবিতা এটি লিখো বুলি...!
মায়ে আনি দিয়া চাহৰ কাপ টো হাতত লৈ,
এহোপা মাৰোতেই...হঠাৎ অজান দেশৰ পৰা...
নামি আহিল এজাক ধুনীয়া শীতল বৰষুণ..,
আৰু...লগত আনিলে কিছু পুৰণা..
তিতা মিঠা স্মৃতিৰ টোপাল...!
লগতে মোক তিয়াই থৈ গল...
শৈশৱৰ কোলাত..!


-Chandana Sharma

©Chandana Sharma #rainy morning

#RainOnMyHand
বৰষুণ

পুৱাতে উঠি বহিলোঁ টেবুলত ...
হাতত বহি আৰু কলম লৈ...
কবিতা এটি লিখো বুলি...!
মায়ে আনি দিয়া চাহৰ কাপ টো হাতত লৈ,
এহোপা মাৰোতেই...হঠাৎ অজান দেশৰ পৰা...
নামি আহিল এজাক ধুনীয়া শীতল বৰষুণ..,
আৰু...লগত আনিলে কিছু পুৰণা..
তিতা মিঠা স্মৃতিৰ টোপাল...!
লগতে মোক তিয়াই থৈ গল...
শৈশৱৰ কোলাত..!


-Chandana Sharma

©Chandana Sharma #rainy morning

#RainOnMyHand