Nojoto: Largest Storytelling Platform

চকুৰ আগৰ বিফলতাবোৰে সপোন গঢ়াৰ মোৰ সাহসকণ হেৰুৱাইছ

চকুৰ আগৰ বিফলতাবোৰে সপোন গঢ়াৰ মোৰ সাহসকণ হেৰুৱাইছে । 
সেয়ে চকুহাল বন্ধ কৰো,
কিন্ত্ত অন্ধকাৰত দেখোন সপোনবোৰ
 ডাঙৰ হ'বহে ধৰিছে ।

                     ~অণ্স্ #LoveYourDream
চকুৰ আগৰ বিফলতাবোৰে সপোন গঢ়াৰ মোৰ সাহসকণ হেৰুৱাইছে । 
সেয়ে চকুহাল বন্ধ কৰো,
কিন্ত্ত অন্ধকাৰত দেখোন সপোনবোৰ
 ডাঙৰ হ'বহে ধৰিছে ।

                     ~অণ্স্ #LoveYourDream
manashprotim1388

Aanch

New Creator