Nojoto: Largest Storytelling Platform

কোনোবাই যদি তোমাৰ পৰা আঁতৰি যাবলৈ খুজিছে তেওঁক ধৰি

কোনোবাই যদি তোমাৰ পৰা আঁতৰি যাবলৈ খুজিছে
তেওঁক ধৰি নাৰাখিবা...
যাবলৈ দিবা.. হয়তো তেওঁৰ ওচৰত তোমাৰ গুৰুত্বও শেষ হৈছে
যোৰ কৰি ৰাখিবলৈ গলে হয়তো পিছত তুমিয়ে দুখ পাবা
সেইকাৰণে যাবলৈ ওলোৱা জনক যাবলৈ দিয়া...
দুখ কৰি বহি থাকিলে তুমি আগবাঢ়িবা কেনেকৈ!!??
তেওঁক পাহৰিবলৈ চেষ্টা কৰা..
ফুৰিব যোৱা.. লগৰ সমনিয়া আৰু পৰিয়ালৰ লগত সময় কটোৱা
তোমাৰ অভিৰুচি বোৰত সময় কটোৱা
নিজকে ব্যস্ত ৰাখা
চাবা এদিন তুমিও পাৰিবা
জীৱনত নোৱাৰা কাম কিবা আছে জানো!!
থাকিব বিচৰা মানুহ কেতিয়াও এৰি নাযায় ও

                                    ✍️ কুইন #Assamese