Nojoto: Largest Storytelling Platform

মনৰ ফাগুন গুচাই জেঠৰ আজাৰে ফুলালাহি এছাটি পাতল ব

মনৰ ফাগুন গুচাই 
জেঠৰ আজাৰে ফুলালাহি 
এছাটি পাতল বৰষুণ হৈ মনত মৰমৰ 
এপাহ ৰঙা গোলাপ। হেঁপাহৰ নদী খনি হৈ খান্দিলাহী প্ৰেমৰ বৰঘৰ। নঙঠা ফাগুনৰ ৰাঙলী মদাৰে জুৰ পেলালে হাত। বেদনা ভৰা আজাৰেও যেন বজালে পিৰীতি সুহুৰিৰ মাত। কবিতা Ajay Suman Kumar