Nojoto: Largest Storytelling Platform

প্ৰতিক্ষা.. . 🖎সেখ মিজানুৰ ৰহমান✍ এই জনমৰ আধুৰুৱা

প্ৰতিক্ষা.. .
🖎সেখ মিজানুৰ ৰহমান✍
এই জনমৰ
আধুৰুৱা মৰম
পাৰিবা নে পুৰাব
কোনোবা জনমত।
হয় যদি আমাৰ 
পুনৰ জনম।
এই জনমত দিব নোৱাৰা
বুকুৰ মৰম
পাৰিবা নে অহা জনমত।
হয় যদি আমাৰ পুনৰ জনম।
শিলৰ দৰে হিয়া তোমাৰ 
হবনে কমল কেতিয়াবা.. .
মোৰ বাবে উথলি উঠিব নে
হিয়াত মৰম তোমাৰ।
জনমে জনমে কৰিম প্ৰতিক্ষা
তোমাৰ এধানি মৰমৰ আশাত।
(ক্লাছ টেনত পঢ়ি থকা সময়ত মই লিখা এটা অ-কৱিতা) Beya Hoise Bohut.. .
প্ৰতিক্ষা.. .
🖎সেখ মিজানুৰ ৰহমান✍
এই জনমৰ
আধুৰুৱা মৰম
পাৰিবা নে পুৰাব
কোনোবা জনমত।
হয় যদি আমাৰ 
পুনৰ জনম।
এই জনমত দিব নোৱাৰা
বুকুৰ মৰম
পাৰিবা নে অহা জনমত।
হয় যদি আমাৰ পুনৰ জনম।
শিলৰ দৰে হিয়া তোমাৰ 
হবনে কমল কেতিয়াবা.. .
মোৰ বাবে উথলি উঠিব নে
হিয়াত মৰম তোমাৰ।
জনমে জনমে কৰিম প্ৰতিক্ষা
তোমাৰ এধানি মৰমৰ আশাত।
(ক্লাছ টেনত পঢ়ি থকা সময়ত মই লিখা এটা অ-কৱিতা) Beya Hoise Bohut.. .
assameseentertai8962

Mizan

New Creator