#ParvinShakir #Love #lovedairy #Love | Hindi शायर

#ParvinShakir #Love #lovedairy 
#Love
play
#love #pyar #lovedairy
play
ऐसा लगता है 
दोहरा किरदार जी रहा हूं,,
इश्क करके लगता है बेकार जी रहा हूं।

आफत तो यह है, 
कि उम्र कमाने  की है 
 खुद को साबित करके  दिखाने की है ।

लानत इस बात की  है
 अबतक बेरोजगार जी रहा हूं
इश्क करके लगता है बेकार जी रहा हूं..।

©Rohit parmar #Love 
#lovelines 
#lovedairy
ऐसा लगता है 
दोहरा किरदार जी रहा हूं,,
इश्क करके लगता है बेकार जी रहा हूं।

आफत तो यह है, 
कि उम्र कमाने  की है 
 खुद को साबित करके  दिखाने की है ।

लानत इस बात की  है
 अबतक बेरोजगार जी रहा हूं
इश्क करके लगता है बेकार जी रहा हूं..।

©Rohit parmar #Love 
#lovelines 
#lovedairy
rohitparmar9074

Rohit parmar

New Creator
ঠিকনা পায়ও মন কেতিয়াবা অস্থিৰ হয় পৰে,
ক'ত জানো হেৰাই গ'ল সেই আৱেগবোৰ।
অতীতত বিছাৰি পোৱা অস্তিত্ব 
আৰু তুমিজন যে মোৰ সদায় প্ৰিয়।
মৰীচিকা খেদাৰ বাটত ক'ত হেৰুৱালো 
সেই সপোনবোৰ।
আকাংক্ষাৰ সেই অনুভূতিবোৰে যে 
ওৰণি আৰি ললে 
সেই স্মৃতি আৰু তোমাৰ চকুত। #lostlove #lovediary #love
ঠিকনা পায়ও মন কেতিয়াবা অস্থিৰ হয় পৰে,
ক'ত জানো হেৰাই গ'ল সেই আৱেগবোৰ।
অতীতত বিছাৰি পোৱা অস্তিত্ব 
আৰু তুমিজন যে মোৰ সদায় প্ৰিয়।
মৰীচিকা খেদাৰ বাটত ক'ত হেৰুৱালো 
সেই সপোনবোৰ।
আকাংক্ষাৰ সেই অনুভূতিবোৰে যে 
ওৰণি আৰি ললে 
সেই স্মৃতি আৰু তোমাৰ চকুত। #lostlove #lovediary #love
প্ৰেমৰ মায়াত
তুমি অভিমানী নহবা।
আৱেকবোৰ সযতনে
সাচি থোৱা বুকুত। #love #lovediary #secretfeelings
প্ৰেমৰ মায়াত
তুমি অভিমানী নহবা।
আৱেকবোৰ সযতনে
সাচি থোৱা বুকুত। #love #lovediary #secretfeelings