Nojoto: Largest Storytelling Platform

এনেকুৱা কিয় লাগে..? যেন তোমাতেই মোৰ প্ৰতিতো উশাহৰ

এনেকুৱা কিয় লাগে..? 
যেন তোমাতেই মোৰ প্ৰতিতো উশাহৰ ঠিকনা 
আৰু তোমাতেই শেষ উশাহৰ স্তব্ধতা.
দুদিনৰ চিনাকি তুমি..
অথচ  জনমে জনমে তোমাৰেই হোৱাৰ মন! 
কিদৰে  কম...
মৰমতে মাতা যে তুমি ধুনুজনী বুলি ...
তাতেই তু মই বাধ্য তোমাৰ হ'বলৈ,
অজান বাটে যোৱা নাই কেতিয়াও 
অথচ তোমাৰ হৃদয়ৰ অজান বাটেদি
অকলেই যোৱাৰ মন!
উদধিৰ সোঁতক ভয় নকৰো
ভয় লাগে সময়ৰ সোঁতক!
কিজানিবা ,মৰমবোৰ উটি যাই সেই সোঁতত ..
তথাপিও ...
উটি -ভাঁহি যাব খোজো অজান দ্বীপলৈ তোমাৰ প্ৰেমত....

                - সুকন্যা  #শ্বহীদ হ'ব বিচাৰোঁ তোমাৰ প্ৰেমত
##এটি ভালপোৱাৰ সুবাস
#assamesequote 
#yqquotes 
#yqbabaquotes   #YourQuoteAndMine
Collaborating with Ar Dutta
এনেকুৱা কিয় লাগে..? 
যেন তোমাতেই মোৰ প্ৰতিতো উশাহৰ ঠিকনা 
আৰু তোমাতেই শেষ উশাহৰ স্তব্ধতা.
দুদিনৰ চিনাকি তুমি..
অথচ  জনমে জনমে তোমাৰেই হোৱাৰ মন! 
কিদৰে  কম...
মৰমতে মাতা যে তুমি ধুনুজনী বুলি ...
তাতেই তু মই বাধ্য তোমাৰ হ'বলৈ,
অজান বাটে যোৱা নাই কেতিয়াও 
অথচ তোমাৰ হৃদয়ৰ অজান বাটেদি
অকলেই যোৱাৰ মন!
উদধিৰ সোঁতক ভয় নকৰো
ভয় লাগে সময়ৰ সোঁতক!
কিজানিবা ,মৰমবোৰ উটি যাই সেই সোঁতত ..
তথাপিও ...
উটি -ভাঁহি যাব খোজো অজান দ্বীপলৈ তোমাৰ প্ৰেমত....

                - সুকন্যা  #শ্বহীদ হ'ব বিচাৰোঁ তোমাৰ প্ৰেমত
##এটি ভালপোৱাৰ সুবাস
#assamesequote 
#yqquotes 
#yqbabaquotes   #YourQuoteAndMine
Collaborating with Ar Dutta
nojotouser9103025844

sangita

New Creator

#শ্বহীদ হ'ব বিচাৰোঁ তোমাৰ প্ৰেমত ##এটি ভালপোৱাৰ সুবাস #assamesequote #yqquotes #yqbabaquotes #YourQuoteAndMine Collaborating with Ar Dutta