Nojoto: Largest Storytelling Platform

নৈক সুধিছিলোঁ‌ আচলতে ভালপোৱা মানে কি?...❤ নৈয়ে ক

নৈক সুধিছিলোঁ‌ আচলতে ভালপোৱা মানে কি?...❤

 নৈয়ে কৈছিল:- হাজাৰ ঠেকা খাইও যে মই শিলৰ কাষেৰেই অহৰহ বৈ আছো সেয়াই ভালপোৱা।
 যিদৰে হাজাৰটা ধুমুহা পাৰ হৈ গ'লেও জীৱনটোক যে বুকুত কোলাৰ কেঁচুৱাৰ দৰে সাৱটি আছা সেইয়াই ভালপোৱা...❤❤ #নৈৰ_দৰে #ভালপোৱা #অসমীয়া #অসমীয়া_অনুভৱ #yqbaba #yqbandhoi #assamese #assamesewriters

richabhattachary1137

R...🍁

New Creator

#নৈৰ_দৰে #ভালপোৱা #অসমীয়া #অসমীয়া_অনুভৱ #yqbaba #yqbandhoi #Assamese #assamesewriters