Nojoto: Largest Storytelling Platform

এখন চকী ককা মোৰ বৰ হেঁপাহ আছিল অ তোমাৰ কোলাত বহাৰ

এখন চকী
ককা মোৰ বৰ হেঁপাহ আছিল অ
তোমাৰ কোলাত বহাৰ
তোমাৰ হাতত ধৰি বহু দূৰ খোজ কাঢ়ি
দূৰদুৰণিলৈ যাত্ৰা কৰাৰ,
তুমি কিনি দিয়া মৰ্টন খাবলৈ
পদূলি মূখত থকা সেই মায়াময় দুকানখনলৈ তোমাৰ হাতত ধৰি এবাৰ যাবলৈ মোৰ বৰ মণ আছিল 
হয়তো কেতিয়াও সেই দিন বোৰ মোৰ বাবে উভতি নাহে
মাথোঁ উভতি আহিব মোৰ কল্পনাৰ আৰত থকা তোমাৰ অপূৰ্ব মৰম 
আৰু সাক্ষী হৈ ৰব চোতালত থকা আৰামদায়ক চকীখন
সেই চকী খনলৈ চকু ফুৰালে কিয়বা এনে লাগে
তুমি তাতেই আছা,
হাত বাউলী তুমি মোক মাতিছা,
তোমাৰ শেতা পৰা মূখেৰে মোক যেন কিবা কবা,
আকৌ যেন কোলাত তুলি লৈ শৈশৱৰ স্মৃতি স্মৰণ কৰিবলৈ প্ৰয়াস কৰিবা
সেয়া আশাৰে আজিও বাট চাই আছোঁ ককা‌,
বাট চাই আছে তোমাৰ চকী খনে, Love of my  grandfather

biswajitdas4606

Biswajit Das

New Creator