Nojoto: Largest Storytelling Platform

মই তেওঁকহে ভাল পাওঁ , যিয়ে মোক গুৰুত্ব দিয়ে ৷ জীৱন

মই তেওঁকহে ভাল পাওঁ , যিয়ে মোক গুৰুত্ব দিয়ে ৷
জীৱনৰ প্ৰতিটো মুহূৰ্তকে সৎ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিম ৷ উঠি অহা প্ৰজন্মক সদায়েই ভাল পথত অগ্ৰসৰ হ’বলৈ অনুপ্ৰেৰণা যোগাম ৷

©Nipil Moran
  #Promise  Dipanjali Das Krushna Riti sonkar –Varsha Shukla Sudha Tripathi