Nojoto: Largest Storytelling Platform

শব্দ বোৰ হেৰাই যায় মৰম বোৰ মলঙী যায় এনাজৰী বোৰ শ

শব্দ বোৰ হেৰাই যায়
মৰম বোৰ মলঙী যায়
এনাজৰী বোৰ শিথিল হয়
নিশ্বাস বোৰ ওপঙি ৰয়,
যেতিয়া বিশ্বাসে পিছ দিয়ে।।।

©MANNA DEKA
  #boat beautiful thoughts
mannadeka3417

MANNA DEKA

New Creator

#boat beautiful thoughts

47 Views