Nojoto: Largest Storytelling Platform

সপোন গুঠিব লাগিব তোমাৰ দুচকুত আশাৰ ৰেঙণিৰে এখন নতু

সপোন গুঠিব লাগিব তোমাৰ দুচকুত
আশাৰ ৰেঙণিৰে
এখন নতুন পৃথিৱীৰ ,
হাঁহিৰে ভৰপূৰ কোলাহলত
জিলিকাব লাগিব নিৰৱতাবোৰ 
সপোন গুঠিব লাগিব তোমাৰ দুচকুত ।
সপোন গুঠিব লাগিব তোমাৰ দুচকুত
আশাৰ ৰেঙণিৰে
এখন নতুন পৃথিৱীৰ ,
হাঁহিৰে ভৰপূৰ কোলাহলত
জিলিকাব লাগিব নিৰৱতাবোৰ 
সপোন গুঠিব লাগিব তোমাৰ দুচকুত ।