সপোন গুঠিব লাগিব তোমাৰ দুচকুত আশাৰ ৰেঙণিৰে এখন নতুন পৃথিৱীৰ , হাঁহিৰে ভৰপূৰ কোলাহলত জিলিকাব লাগিব নিৰৱতাবোৰ সপোন গুঠিব লাগিব তোমাৰ দুচকুত ।