Nojoto: Largest Storytelling Platform

Hey you hey you...... কি বুলি মাতিম তোমাক হোৱা

Hey you 
hey you......
কি বুলি মাতিম তোমাক
হোৱা   নাই তোমাৰ লগত একোৱেই চিনাকী
hey you 
বুজিছানে তুমি মোৰ মনৰ কথা
নে বুজিও নুবুজা হৈ আছা
hey you 
কবা নে মোক তোমাৰ  মনৰ কথা
hey you
মোৰ সূখ দূখৰ হবানে তুমি সমভাগী !

©BWHAITHI BASUMATARY
  hey you ......



#Assamese #AssamesePoem 
#openion #

hey you ...... #Assamese #AssamesePoem #openion # #Love

167 Views