Find the Best Assamese Poems Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos aboutthe way i love you poem, poetry in hindi on love, poem on jet car zoom zoom i love my car, sad love poem in hindi short, love quotes for her in assamese,
BWHAITHI BASUMATARY
Hey you hey you...... কি বুলি মাতিম তোমাক হোৱা নাই তোমাৰ লগত একোৱেই চিনাকী hey you বুজিছানে তুমি মোৰ মনৰ কথা নে বুজিও নুবুজা হৈ আছা hey you কবা নে মোক তোমাৰ মনৰ কথা hey you মোৰ সূখ দূখৰ হবানে তুমি সমভাগী ! ©BWHAITHI BASUMATARY hey you ...... #Assamese #AssamesePoem #openion #
hey you ...... #Assamese #AssamesePoem #openion #
read moreBIDISH GOSWAMI
আমি যেন এক শূন্য..... জীৱনৰ এই দোমোজা কিছু পুৰণি, না তেওঁ হাঁহে, না মই অশ্ৰো টোকো, না তেওঁ কোনো উৎসাহ জগাই, না মই তেওঁক সাৱটি ধৰো। না তেওঁ কোনো মাত দিয়ে, না মই তেওঁৰ কাষ চাপো, না তেওঁ জয়ী হয়, না মইও পৰাজয় স্বীকাৰ কৰোঁ। না তেওঁ উভতি চাই, না মইও নিজ অভিমান কম কৰোঁ, না তেওঁৰ কোনো শত্ৰুতা ইয়াত, না বন্ধুত্বৰ প্ৰয়োজন মই অনুভৱ কৰোঁ। দুয়ো যাওঁ সমান্তৰাল হৈ, কোনো ৰেল-আলিৰ দৰে জীৱনৰ প্ৰত্যাশা আৰু প্ৰত্যয়ৰ গাড়ী খন আগবঢ়ায়.... যুঁজ দি ক্লান্ত হৈ বহি পৰিছো আজি হৈ মই মৌন্ন, সময় আৰু পৰিস্থিতি সমুখত, আমি যেন এক শূন্য। #আমি_যেন_এক_শূন্য..... #assamesepoetry #assamesepoem #অসমীয়াকবিতা #জীৱন #শূন্যতা #সময় #ক্লান্ত
#আমি_যেন_এক_শূন্য..... #assamesepoetry #AssamesePoem #অসমীয়াকবিতা #জীৱন #শূন্যতা #সময় #ক্লান্ত
read moreTaibur Rahman Khan -TRK
#Flute Opekkhat Tomar|TRK|Taibur Rahman Khan #TaiburRahmanKhan #Trk #viral #poem #AssamesePoem satyamkavy Deepali dp Vikram vicky 3.0 Sudha Tripathi 🇮🇳always_smile11_15
read moreNipil Moran
#অনুশোচনা #AssamesePoem #Kobita #NipilMoran #নিপিল #anuhusona #realstoryofmylife #কবিতা
read more