Nojoto: Largest Storytelling Platform

ফাগুনী পছোৱা যাক মোৰ বৰ প্ৰিয়। উদাৰসীনতাক আঁতৰাই দ

ফাগুনী পছোৱা যাক মোৰ বৰ প্ৰিয়।
উদাৰসীনতাক আঁতৰাই দি যায়,
মোৰ উন্মাদ হৃদয়ক নতুনত্বৰ আশা।
পলাশৰ লয়লাসে ওপচাই 
মোৰ আলাসৰ দলিচা।
আৰু ৰচি যায় 
মোৰ নিমাত প্ৰণয়ৰ প্ৰথমটি কবিতা।
মৌনতাৰ মাজত বিছাৰি পাওঁ
তোমাৰ অভিমানী মৰমৰ বৰষা
আৰু তোমাৰ হাঁহিত বিছাৰি পাওঁ
মোৰ হাজাৰ সপোনৰ প্ৰেৰণা।
মোৰ প্ৰেমৰ দস্তাবেজৰ
তুমি সৰ্বশ্ৰেষ্ট কবিতা। #lovestry #loveoflife #lovequotes
ফাগুনী পছোৱা যাক মোৰ বৰ প্ৰিয়।
উদাৰসীনতাক আঁতৰাই দি যায়,
মোৰ উন্মাদ হৃদয়ক নতুনত্বৰ আশা।
পলাশৰ লয়লাসে ওপচাই 
মোৰ আলাসৰ দলিচা।
আৰু ৰচি যায় 
মোৰ নিমাত প্ৰণয়ৰ প্ৰথমটি কবিতা।
মৌনতাৰ মাজত বিছাৰি পাওঁ
তোমাৰ অভিমানী মৰমৰ বৰষা
আৰু তোমাৰ হাঁহিত বিছাৰি পাওঁ
মোৰ হাজাৰ সপোনৰ প্ৰেৰণা।
মোৰ প্ৰেমৰ দস্তাবেজৰ
তুমি সৰ্বশ্ৰেষ্ট কবিতা। #lovestry #loveoflife #lovequotes