Nojoto: Largest Storytelling Platform

#মৰমৰ মা তই ভালেই আছ নে?তোলৈ আজি বাৰুকৈ মনত পৰিছে

 #মৰমৰ মা
তই ভালেই আছ নে?তোলৈ আজি বাৰুকৈ মনত পৰিছে । 
মা,তই মোৰ চিঠিৰ উত্তৰ কিয় নিদিয় ?তোৰ কথা ভাবি বুকুখন মোৰ কিমান বিষাদৰে আগুৰি ধৰে তই জানোঁ নুবুজ মা?বিয়া দি নিজৰ দায়িত্ব শেষ হল বুলি মোৰ খবৰ এবাৰ ও নোলোৱাকৈ কেনেকৈ থাকিব পাৰ মা তই? #manjusha Devi✍️
   ভন্টী হতক তই পঢ়িব দিবি মা । মোক তহঁতে বিয়া দিলি কিন্তু সেই ভুল ভন্টি দুজনীৰ লগত নকৰিবি ।
মোৰ সপোন আছিল  কলেজলৈ যোৱাৰ ,সপোন আছিল পঢ়াৰ ,কিন্তু মা ,তই আৰু দেউতাই বিয়া পাতি মোৰ সপোন সকলো ভাগি দিলি এতিয়া ভন্টি হতক ডাঙৰ মানুহ কৰিবি।
আৰু মই মৰি যোৱা বুলি খবৰ নোকোৱাকৈ নাথাকিবি ।মা মোৰ এবাৰ খবৰ লবি ।✍️#manjusha devi
                  তোৰ মৰমৰ
                   হিয়া