Nojoto: Largest Storytelling Platform

আবেগবোৰ চকুলো হৈ নিগৰি ব'ব, যিদিনা তোমাক লগ পাম

আবেগবোৰ চকুলো 

হৈ নিগৰি ব'ব,

যিদিনা তোমাক লগ পাম;

অভিমানবোৰ গুজি দিম,

তোমাৰ বুকুত

থাকিব কেৱল;

 মৌনতাৰ কোলাহল,

মৃত্যুক জিনি;

 আকৌ লগ পোৱাৰ

প্ৰতিশ্ৰুতিৰে.....
                    
               Mausumi( zoom )✨

©Barasha Rani Kalita Assamese
আবেগবোৰ চকুলো 

হৈ নিগৰি ব'ব,

যিদিনা তোমাক লগ পাম;

অভিমানবোৰ গুজি দিম,

তোমাৰ বুকুত

থাকিব কেৱল;

 মৌনতাৰ কোলাহল,

মৃত্যুক জিনি;

 আকৌ লগ পোৱাৰ

প্ৰতিশ্ৰুতিৰে.....
                    
               Mausumi( zoom )✨

©Barasha Rani Kalita Assamese