Nojoto: Largest Storytelling Platform
anupamhazarika1403
  • 5Stories
  • 11Followers
  • 25Love
    24Views

Anupam Hazarika

  • Popular
  • Latest
  • Video
1428cf37b218eecfbee5012746e00c01

Anupam Hazarika

শুনা তোমাকেই কৈছো , অ তোমাকে
তুমি কাৰোবাৰ আপোন , তোমাৰ হৃদয়ত কোনোবা এইবোৰে মোৰ বাবে কোনো বিষয় নহয় !! কিয়েনো আমি একপক্ষীয় প্ৰেমিক ।  আমাৰ প্ৰেমত সফলতা নাথাকে কিন্তু আমাৰ ভালপোৱা সাগৰৰ দৰে গভীৰ ।আমাৰ প্ৰেমত নাথাকে দুয়োপক্ষৰ মিলন , নাথাকে কোনো বেদনাদায়ক ৰাতি !! কিয়েনো আমি একপক্ষীয় প্ৰেমিক । তুমি আৰু তোমাৰ হৃদয়ত কোনোবা থকাৰ পিছতো মই তোমাক বিচাৰো আৰু এইটো কাৰণে তুমি হয়তো মোক পগলা বুলি ভবা !! কিন্তু ,,,,, কিন্তু এটা কথা মনত ৰাখিব তোমাক যেতিয়া ভাল লাগিছিল ,তেতিয়া তুমি যে আন কাৰোবাৰ এই কথা জনা নাছিলো । অ' এতিয়া জানো মই , ইমানো জানো  তুমিও উপলব্ধি কৰা যে মোৰ হৃদয়ে তোমাক বিচাৰে । আৰু হয়তো সেইবাবে তুমি মানৱতাৰ খাতিৰত মোক পুতৌ কৰা !! নকৰিবা , অ' নকৰিবা । তেনে কৰিলে হে মই কষ্ট পাওঁ , কিয়নো প্ৰাপ্তিৰ আশাত মোৰ হৃদয়ে তোমাক নিবিচাৰে !! আমাৰ প্ৰেমত মাথোঁ sending থাকে , receiving নাথাকে , কিয়নো আমি একপক্ষীয় প্ৰেমিক ।

1428cf37b218eecfbee5012746e00c01

Anupam Hazarika

33333333333333

33333333333333

1428cf37b218eecfbee5012746e00c01

Anupam Hazarika

22222222222222

22222222222222

1428cf37b218eecfbee5012746e00c01

Anupam Hazarika

1111111111

1111111111

1428cf37b218eecfbee5012746e00c01

Anupam Hazarika

কবিতাৰ ভাষা মোৰ প্ৰিয় ❤️

কবিতাৰ ভাষা মোৰ প্ৰিয় ❤️ #poem


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile