Nojoto: Largest Storytelling Platform
nipalahon1813
  • 20Stories
  • 176Followers
  • 276Love
    13.3KViews

Nipa Lahon

অসমীয়া ছোবালী ...

  • Popular
  • Latest
  • Video
1bd2215f5acc1914d1955f5ad7916241

Nipa Lahon

poem

#Technology
1bd2215f5acc1914d1955f5ad7916241

Nipa Lahon

brack  love 💔💔💔💔
#Technology

brack love 💔💔💔💔 #Technology #poem

1bd2215f5acc1914d1955f5ad7916241

Nipa Lahon

তোক পাহৰি যোৱাৰ নামত তোৰ সকলো sms delete এ কৰি দিও... 
কিন্ত্ত  কি কৰিম চা চোন...!!!
হৃদয় খন
mubilৰ  memory খনতকৈ... বেছি ডাঙৰ...

©Nipa Lahon #emptystreets
1bd2215f5acc1914d1955f5ad7916241

Nipa Lahon

আচলতে তই মোৰেই হয় !!
কিন্ত্ত  পৰিস্হিতিৰ সাপেক্ষে
তোক মই  আনৰ কৰিবলৈ বাধ্য ...।

©Nipa Lahon #Drops
1bd2215f5acc1914d1955f5ad7916241

Nipa Lahon

মই  সেই  সকল মানুহক বেয়া পাওঁ ,
যি সকল মানুহক মই  ভাল পাওঁ । হয়তো সেই সকল মানুহেও মোক সিমানেই বেয়া পাই , যিমান পাওঁ মই  !!

মই  ভাল পোৱা মানুহবোৰক মই  বেয়া পাওঁ ।
বহু  সময়ত , বহু  ক্ষেত্ৰত ...!!
কিন্ত্ত  মই  যাক মই  বেয়া পাওঁ ; তেওঁক মই  চিনিয়েই নাপাও...।

যাক মই  চিনি পাওঁ , যাক মই  ভাল পাওঁ, তেওঁক মই বেয়াও পাওঁ ।

মোৰ ভাল লগাবোৰে বহু  সনয়ত বেয়া লগাবোৰ  কৰে !!
আৰু  বেয়া লগাবোৰক লৈ মই অভিমান কৰো ।
সেই বাবেই মই  মোৰ ভাল পোৱাবোৰক কেতিয়াবা বেয়া পাওঁ  ।

অচিনাকীবোৰটো মোৰ কোনো নহয় !!
সেইসকলৰ সালিধ মই  কোনো দিন বিচাৰিও নাযাও ।
সেই বাবে তেওঁলোকৰ ওপৰত মোৰ অভিমানো নাই  ।

তেওঁলোকক মই  বেয়াও নাপাও আৰু  ভালো !!

কিন্ত্ত ...!!!
মই  ভাল পোৱাবোৰক মই  বেয়া পাওঁ , কেতিয়াবা ।
কিয়নো  , অভিমানবোৰ বেছি যে...!!!

©Nipa Lahon অনুভব 

অনুভব 

#peace

অনুভব অনুভব #peace

1bd2215f5acc1914d1955f5ad7916241

Nipa Lahon

মৰমৰ ...


আজি লিখিবৰ সময় নাই ..!!
কেতিয়াবা ; উকা পৃষ্ঠাবোৰেও বহু  কথায়েই কয় ।


ইতি
তোমাৰ... অনুভব 
 
#Books

অনুভব #Books

1bd2215f5acc1914d1955f5ad7916241

Nipa Lahon

কেতিয়াবা নিৰবতাবোৰেও কথা কয়... অনুভব 

#shadesoflife

অনুভব #shadesoflife

1bd2215f5acc1914d1955f5ad7916241

Nipa Lahon

তোমাৰ চহৰখনলৈ মই  যাওঁতে ,
মোৰ হাতৰ আঙুলীত ধৰি মোৰ হৃদয়খনো গৈছিল ।
কিন্ত্ত ...!!!!
উভতি আহোতেহে 
তোমাৰ মৰমৰ ভীৰত সোমাই হৃদয়খন 
ক'ত জানো থাকি আহিল...!!!

©Nipa Lahon অনুভব 

#NightPath

অনুভব #NightPath

1bd2215f5acc1914d1955f5ad7916241

Nipa Lahon

প্ৰতি দিনে মাজনিশা হৃদয়ত গুপুতে হাঁহি উঠা এপাহি কাইটিয়াঁ ফুল তই..।
তোৰ ৰপত যিমানেই মুগ্ধ  হওঁ মই !!
তোৰ সেই কাঁইটবোৰে সিমানেই বিন্ধে মোক..।
সকলোৰে পৰা লুকাই নিৰৱে হাঁহ,
  তই মোৰ বুকুত ।
সেই নিৰবতাই কথা কোৱা গভীৰ  ৰাতিৰ হুুমনিয়াহবোৰত..।

তোক বহু  কথাই বুজাই কব খোজো..
কিন্ত্ত ...
নোবোজাকৈ থকাবোৰতো জানো ভাল পোৱাবোৰ নাই ...? অনুভব 

#Stars&Me

অনুভব #Stars&Me

1bd2215f5acc1914d1955f5ad7916241

Nipa Lahon

মোৰ এনে কিয় লাগে..!!!
তুমি যেন ৰহস্যৰ এক বিশাল সাম্ৰাজ্য বুকুত সাৱটি আছাঁ...
তোমাৰ বুকুত যেন গোপনীয়তাৰ এটি বীজে
বাঢ়িব ধৰিছে..।
তুমি হয়তো..
বহু  কথায়ে সাচি ৰাখিচা , গোপন ভাৱে...।
কাকো নোকোৱোকৈয়ে...। 😞😞

#findingyourself
loader
Home
Explore
Events
Notification
Profile