Nojoto: Largest Storytelling Platform
kunjadeviupadhya3142
  • 11Stories
  • 15Followers
  • 53Love
    415Views

Kunja Devi Upadhyay

  • Popular
  • Latest
  • Video
21c27af25b57623c9555c0302206b306

Kunja Devi Upadhyay

মানুহ মাত্ৰেই কিছুমান ভুলৰ সমষ্টি
কিন্তু বাৰে বাৰে একে ভুল কৰাটো অক্ষমণীয় অপৰাধ।আজি কিছু বছৰৰ পৰা পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাৰ বাবে ছাত্ৰ-ছাত্ৰী সকলৰ বিস্তৰ ক্ষতি হৈছে।ইয়াৰ বাবে কোন দায়ী?দেশৰ ভবিশ্যত প্ৰজন্মৰ লগত এইদৰে খেল খেলা বন্ধ কৰক

©Kunja Devi  Upadhyay
  #febkissday
21c27af25b57623c9555c0302206b306

Kunja Devi Upadhyay

21c27af25b57623c9555c0302206b306

Kunja Devi Upadhyay

21c27af25b57623c9555c0302206b306

Kunja Devi Upadhyay

मत जाओ 
सच्चा प्यार मर चुका है कब को
सच्चे रिस्ते में आ गया है दरार
अब दिल से दिल तक का रास्ता
कोशौं दूर।

कुंज देवी उपाध्याय

©Kunja Devi  Upadhyay
  #दूरीयां
21c27af25b57623c9555c0302206b306

Kunja Devi Upadhyay

মই  পলাশ ,মদাৰ কিম্বা 
শিমলু নহয়
কেৱল ফাগুনত ফুলিবলৈ
বছৰৰ বাৰ মাহে ফুলা
বনৰীয়া ফুল মই
নিলগে নিলগে থাকি
ৰচোঁ ৰঙীন সপোন
হৈ নিজত বিভোৰ
    কুঞ্জ দেবী উপাধ্যায়

©Kunja Devi  Upadhyay
  #বনৰীয়া ফুল

#বনৰীয়া ফুল #कविता

21c27af25b57623c9555c0302206b306

Kunja Devi Upadhyay

Mosquito 🦟🦟🦟মহ

Mosquito 🦟🦟🦟মহ #कविता

21c27af25b57623c9555c0302206b306

Kunja Devi Upadhyay

21c27af25b57623c9555c0302206b306

Kunja Devi Upadhyay

21c27af25b57623c9555c0302206b306

Kunja Devi Upadhyay

21c27af25b57623c9555c0302206b306

Kunja Devi Upadhyay

loader
Home
Explore
Events
Notification
Profile