Nojoto: Largest Storytelling Platform
manaspratimkakat3248
  • 6Stories
  • 41Followers
  • 75Love
    179Views

Manas pratim kakati

  • Popular
  • Latest
  • Video
3a69e4f7a42645e77a458420dde4582e

Manas pratim kakati

#moikobitanilikhu
3a69e4f7a42645e77a458420dde4582e

Manas pratim kakati

মই মোৰ বিচনাত বহি ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ "অনুৰাধাৰ দেশ" কিতাপখন পঢ়ি আছিলো। মই কিতাপখনৰ মাজত এনেদৰে সোমাই পৰিছিলো যে কেতিয়া খিৰিকীৰ ফাঁকেৰে সৰকি অহা পোহৰখিনি আন্ধাৰলৈ অৱনমিত হৈছিল গমেই পোৱা নাছিলো। গম পোৱা নাছিলো কেতিয়া চৰাইবোৰ ঘৰলৈ উভতি আহিছিল আৰু কেতিয়া তুমি মোৰ দৰ্জাৰ মুখত থিয় দিছিলা। কিন্তু তোমাৰ শৰীৰৰ পৰা অহা চিনাকি সুগন্ধটোৱে তোমাৰ উপস্থিতিৰ জাননী দিছিল। কিতাপখনৰ ওপৰেৰে তোমাক চাইছিলো, অস্পষ্ট দেখিছিলো যদিও তোমাৰ স্পষ্ট ছবিখন ইতিমধ্যেই মনত অংকিত কৰি লৈছিলো। তুমি আহি মোৰ কাষত বহিছিলা আৰু মই একো নোকোৱাকৈয়ে তোমাকো কিতাপখনৰ শব্দবোৰৰ মাজত বুৰাই পেলাইছিলো। ফিৰফিৰীয়া বতাহজাকে বাৰে বাৰে তোমাৰ চুলিখিনি কপালত আনি আমনি দিছিল। মই তোমাৰ চুলিখিনি কাণৰ ওচৰলৈ নিবলৈ আপ্ৰাণ চেষ্টা কৰিছিলো, কিন্তু বিফল হৈছিলো। হয়তো সেই বিফলতাতেই মই মোৰ ভালপোৱা বিচাৰি পাইছিলো।
❤❤❤ #valpuwa
3a69e4f7a42645e77a458420dde4582e

Manas pratim kakati

ফোনটো তাই ৰিচিভ্ কৰোতেই আন দিনবোৰৰ লগত একো ব্যতিক্ৰম নোহোৱাকৈ সিমূৰৰ পৰা আৰম্ভ হৈছিল তাৰ অকথ্য গালি গালাজ।তাইৰ বুকুত হানিম বুলিয়েই বাৰে বাৰে এৰি আছিল অশ্লীল শব্দ কাড়ঁবোৰ। আঘাত কৰাৰ উদ্দেশ্যেই শব্দ চাবুকেৰে বাৰম্বাৰ কোবাই গৈছিল তাইক।
এসময়ত সি শান্ত হৈ সুধিছিল,
: এই যে ইমান বেয়াকৈ কওঁ তোমাক। ইমান গালি গালাজ, ইমান আঘাত দিওঁ, তথাপিও কিয় তুমি ইমান শান্ত? তথাপিও কিয় ইমান ভালপোৱা মোক?
:........

: কিবা কোৱা। কোৱা কিয় ইমান ভালপোৱা মোক?
: মোৰ ভালপোৱাক তোমাৰ মদৰ নিচা বুলি ভাবিছা নেকি যে নেমু চেপি খুৱাই দিলেই ফাটি যায়!? এই নিচাক যিদিনা বুজিবলৈ শিকিবা, চাবা পৃথিৱীৰ আন সকলো নিচাই পাহৰি যাবা। #love
3a69e4f7a42645e77a458420dde4582e

Manas pratim kakati

#loveletter
3a69e4f7a42645e77a458420dde4582e

Manas pratim kakati

#valpuwa
3a69e4f7a42645e77a458420dde4582e

Manas pratim kakati

#myfirst


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile