Nojoto: Largest Storytelling Platform
romeojitul1433
  • 4Stories
  • 31Followers
  • 23Love
    0Views

Romeo Jitul

কবি

  • Popular
  • Latest
  • Video
6c63f45aac75428c27f3317b97d60572

Romeo Jitul

Cheni

Cheni #poem

6c63f45aac75428c27f3317b97d60572

Romeo Jitul

1st time voice record by me...

1st time voice record by me... #poem

6c63f45aac75428c27f3317b97d60572

Romeo Jitul

তোমাৰ পাগল প্ৰেমিক
              - - - - - - - ৰোমিও জিতুল


মই ভাল পোৱা
         চছমা পিন্ধা ছোৱালী জনী
হঠাৎ আজি মহাবিদ্যালয়ৰ সকলো
          ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা আঁতৰি গ'ল

শুনিবলৈ পাইছো
         তাই বোলে হেনো
                 নাৰ্ছিং কৰিব গ'ল।

তোমাৰ বাবে পাগল মই,
            এজন পাগল প্ৰেমিক,
কিন্তু তোমাক,
            আজিলৈকে কোৱা নহল
            যে মই তোমাক ভাল পাওঁ।

একেখন ঠাইৰ একেখন গাডডীত
        উঠি মহাবিদ্যালয়লৈ গৈছিলো,
কিন্তু, তোমাক কাষত পালে
        বুকুখন বৰকৈ কপেঁ।
কিয় জানানে?
            কাৰণ, তোমাৰ পাগল প্ৰেমিকে
            তোমাক হেৰুৱাব 
            নিবিচাৰে। It'z my heart

It'z my heart #poem

6c63f45aac75428c27f3317b97d60572

Romeo Jitul

তোমাৰ পাগল প্ৰেমিক
                             -----ৰোমিও জিতুল



মই ভাল পোৱা              
                 চছমা পিন্ধা ছোৱালীজনী
হঠাৎ আজি,                   
             মহাবিদ্যালয়ৰ সকলো 
ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা
 আঁতৰি গ'ল   । 

শুনিবলৈ পাইছো,          
    তাই হেনো বোলে 
     নাৰ্ছিং কৰিব গ'ল।

তোমাৰ বাবে পাগল মই        
        এজন পাগল প্ৰেমিক,
কিন্তু তোমাক,                    
           আজিলৈকে কোৱা নহ'ল।

           একেখন ঠাইৰ একেখন গাড়ীত         
                উঠি মহাবিদ্যালয়লৈ গৈছিলো,
          কিন্তু, তোমাক কাষত পালে               
বুকুখন বৰকৈ কঁপে। 
                      কিয় জানানে?                                               
     কাৰণ, তোমাৰ পাগল প্ৰেমিকে
     তোমাক হেৰুৱাব নিবিচাৰে। RJ


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile